• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাৰাষ্ট্ৰত শপত গ্ৰহণ, কোন হ’ব উপ-মুখ্যমন্ত্ৰী ?

Nation NE by Nation NE
December 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER
Share on FacebookShare on TwitterWhatsApp

একনাথ সিণ্ডে হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ পি ডব্লিউ ডি মন্ত্ৰালয়ো লাভ কৰিছে। আজি অৰ্থাৎ আজাদ ময়দানত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত শপত গ্ৰহণ কৰিব সিণ্ডেয়ে।

সিণ্ডেৰ উপৰিও অজিত পাৱাৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বুধবাৰে, সংবাদমেলত শিৱসেনাৰ মুৰব্বী একনাথ সিণ্ডেকো শপত গ্ৰহণ সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন কৰা হয়।

একনাথ সিণ্ডে মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী। বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। নতুন চৰকাৰ গঠনৰ আগলৈকে ৰাজ্যপালে তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে লৈছিল।

শিৱসেনাৰ নৱনিৰ্বাচিত বিধায়কসকলে বুধবাৰে দলৰ সভাপতি একনাথ সিণ্ডেক সাক্ষাৎ কৰি বিজেপি নেতা দেৱেন্দ্ৰ ফড়নাৱিশৰ নেতৃত্বত গঠন হ’বলগীয়া মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। দলৰ বিধায়কসকলে কয় যে, বিগত দুদিন ধৰি তত্বাৱধায়ক মুখ্যমন্ত্ৰী সিন্দেক সাক্ষাৎ কৰি নতুন চৰকাৰত অংশ হ’বলৈ পতিয়ন নিয়াইছে।

দলৰ বিধায়ক ভাৰত গোগাভালে কয় যে, তেওঁলোকে সিণ্ডেক নতুন চৰকাৰত অংশ হ’বলৈ অনুৰোধ জনাইছে, কিয়নো ইয়াৰ দ্বাৰা দল আৰু চৰকাৰ উভয়ে উপকৃত হ’ব। তেওঁলোকে আশা কৰে যে, তেওঁ এই অনুৰোধক সন্মান জনাব। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত শিৱসেনাই ৫৭খন আসন লাভ কৰাৰ পাছতো দলৰ মুৰব্বী সিণ্ডে উপ-মুখ্যমন্ত্ৰী হোৱাৰ বাবে বিশেষ আগ্ৰহী নহয়।

বুধবাৰে সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে ফড়নাৱিশ নিৰ্বাচিত হোৱাৰ কিছু সময়ৰ পাছতে শাসকীয় মহাযুটি মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। বিধান ভৱনত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিজয় ৰূপানীয়ে ঘোষণা কৰে যে ফড়নাৱিশ (৫৪) সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে।

বিজেপি নেতা প্ৰসাদ লাডে কয় যে প্ৰায় ৪২ হাজাৰ লোকে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোডী, ৯ৰ পৰা দহজন কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৯গৰাকী মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

তেওঁ কয় যে, ৪০ হাজাৰ বিজেপি সমৰ্থকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰ্মৰ নেতাকে ধৰি দুহেজাৰ অতি গুৰুত্বপূৰ্ণ ব্যক্তি (ভিভিআইপি)ৰ বাবে সুকীয়াকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। এজন বিষয়াই জনোৱা মতে, শপতগ্ৰহণৰ সময়ত নিৰাপত্তাৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে। বিষয়াগৰাকীয়ে কয় যে নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে কমেও ৩৫০০ আৰক্ষী আৰু ৫২০জন বিষয়া নিয়োগ কৰা হৈছে।

Tags: Chief ministerIndiaMaharastra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025