• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংসদত বায়ু প্ৰদূষণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব ৰাহুল গান্ধীয়ে!

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সংসদত বায়ু প্ৰদূষণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব ৰাহুল গান্ধীয়ে!
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে নাগৰিক আৰু বিশেষজ্ঞৰ এটা প্ৰতিনিধি দলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে। সংসদ ভৱন কমপ্লেক্সত অনুষ্ঠিত বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে বায়ু প্ৰদূষণৰ বিষয়টো সংসদত উত্থাপন কৰিব বুলি আশ্বাস দিয়ে।

প্ৰতিনিধি দলটোৱে বায়ু প্ৰদূষণক জনস্বাস্থ্য আৰু কল্যাণৰ প্ৰতি ভয়াৱহ ভাবুকি বুলি অভিহিত কৰে। সংকট দূৰ কৰাৰ বাবেও তেওঁ কাৰ্য্যকৰী সমাধানৰ পৰামৰ্শ আগবঢ়ায়। ৰাহুল গান্ধীয়ে তেওঁলোকক আশ্বাস দিয়ে যে, তেওঁ এই বিষয়টো সংসদত প্ৰশ্ন উত্থাপন কৰিব আৰু তেওঁলোকৰ দাবীৰ ওপৰতো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাব। তেওঁ কয় যে, এই বিষয়ত সংসদে নিৰ্ণায়কভাৱে কাম কৰিব আৰু মানুহৰ স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে উত্তৰ ভাৰতৰ বায়ু প্ৰদূষণক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি অভিহিত কৰিছিল। লগতে তেওঁ সতীৰ্থ সাংসদসকলক আগন্তুক সংসদ অধিৱেশনত দেশ কেনেকৈ চিৰদিনৰ বাবে এই সংকটৰ পৰা ওলাই আহিব পাৰে এই বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে বায়ু প্ৰদূষণৰ সংকটৰ বাবে ৰাজনৈতিক দোষৰ প্ৰয়োজন নহয় বৰঞ্চ সামূহিক ৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন। ৰাহুল গান্ধীয়ে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইয়াত তেওঁ ইণ্ডিয়া গেটত পৰিৱেশবিদ বিমলেন্দু ঝাৰ সৈতে বায়ু প্ৰদূষণৰ বিষয়টো আলোচনা কৰা দেখা গৈছিল। ভিডিঅ’টোৰ লগতে তেওঁৰ পোষ্টটোত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে, এয়া জনস্বাস্থ্য সংকট, যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰৰ দিশে আগবঢ়াই লৈ ​​গৈছে লগতে সকলোৰে জীৱন শ্বাসৰুদ্ধ কৰি তুলিছে।

ইয়াৰ উপৰিও ই এক পৰিৱেশ আৰু অৰ্থনৈতিক দুৰ্যোগ, যিয়ে অগণন জীৱন ধ্বংস কৰি আছে। বিশুদ্ধ বতাহৰ বাবে দেশৰ জনতাই হাহাকাৰ কৰিছে, শিশুসকল অসুস্থ হৈ পৰিছে আৰু লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে। পৰ্যটন হ্ৰাস পাইছে লগতে বিশ্বব্যাপী সুনাম ক্ষতিগ্ৰস্ত হৈছে।

Tags: #CongressAir pollutionRahul Gandhi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025