• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমান ছাত্ৰক চ*ৰ সোধাবলৈ দিয়া শিক্ষক হ’ব পাৰে আৰক্ষীৰ আলহী!

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ঝাৰখণ্ডত পথ দুৰ্ঘটনা, ৭ জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন বিদ্যালয়ৰ এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ মুছলমান বন্ধু এজনক চ*ৰ মাৰিবলৈ কোৱা এটা ভিডিঅ’ ভাইৰেল হৈছিল।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাইজে শিক্ষকগৰাকীক গৰিহণা দিয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এই বিষয়টোত হস্তক্ষেপ কৰে। এতিয়া এই গোচৰত অভিযুক্ত শিক্ষকগৰাকীয়ে এলাহাবাদ আদালতৰ পৰা পাইছে ডাঙৰ আঘাত পাইছে।

মহিলা শিক্ষয়িত্ৰীগৰাকীৰ আগতীয়া জামিন আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত নিম্ন আদালতে শিক্ষকগৰাকীৰ আগতীয়া জামিন নাকচ কৰিছিল।

ন্যায়াধীশ দীপক ভাৰ্মাৰ বিচাৰপীঠে জামিন আবেদন নাকচ কৰাৰ বিপৰীতে আবেদনকাৰীক নিৰ্দেশ দিয়াৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত সংশ্লিষ্ট আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰি নিয়মীয়া জামিনৰ বাবে আবেদনৰ নিৰ্দেশ দিয়ে।

বিচাৰ বিভাগৰ মতে, আৰক্ষীয়ে শিক্ষক ট্ৰুপতি ত্যাগীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) কেইবাটাও ধাৰাত অভিযোগনামা দাখিল কৰে, য’ত আছে ধাৰা ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৫০৪ ধাৰা (শান্তি ভংগৰ প্ৰৰোচনাৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান কৰা) আৰু ধাৰা ২৯৫ এ (ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃত আৰু দুৰ্নীতিপৰায়ণ কাৰ্য্য)। ইয়াৰ উপৰিও কিশোৰ ন্যায় আইনৰ ৭৫ নং ধাৰাতো শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।

আচলতে ঘটনাটো ২০২৩ বৰ্ষৰ আগষ্ট মাহৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এই ঘটনাৰ ভিডিঅ’। ইয়াৰ পিছতে শিক্ষকজনৰ এই কাৰ্যক লৈ দেশজুৰি ক্ষোভ বিয়পি পৰে। শিক্ষয়িত্ৰী ত্যাগীয়ে তেওঁৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এজন মুছলমান ল’ৰাক চৰ সোধাবলৈ নিৰ্দেশ দি সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই শিক্ষকজনক গৰিহণা দিয়াৰ লগতে উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ বিচাৰে।

এই ঘটনা সন্দৰ্ভত মুজাফ্ফৰনগৰ আৰক্ষীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে বিদ্যালয়খনলৈও ৰাজ্যৰ শিক্ষা বিভাগে জাননী প্ৰেৰণ কৰে। একে সময়তে ২০২৩ চনৰ ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়েও ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰামৰ্শৰ বাবে এজেন্সী নিযুক্তি দিয়াৰ নিৰ্দেশ পালন নকৰাৰ বাবে ৰাজ্য চৰকাৰক ধমক দিছিল।

ইয়াৰ পিছতে ১২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে, এই কাণ্ডৰ ধৰণক লৈ ৰাজ্যখনে চিন্তিত হ’ব লাগিছিল।

Tags: High CourtIndiaUttar Pradesh

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025