• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেট অনুৰাগীলৈ দু:খৱৰ! আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ এইগৰাকী ক্ৰিকেটাৰৰ

Nation NE by Nation NE
December 18, 2024
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেট অনুৰাগীলৈ দু:খৱৰ! আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ এইগৰাকী ক্ৰিকেটাৰৰ
Share on FacebookShare on TwitterWhatsApp

অৱসৰৰ কথা ঘোষণা কৰিলে টীম ইণ্ডিয়াৰ প্ৰবীণ ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ দেখিবলৈ পোৱা নাযাব অশ্বিনক।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্য গাব্বাত অনুষ্ঠিত হোৱা টেষ্ট মেচখনৰ পিছতে অশ্বিনে এই ঘোষণা কৰে। এই পৰ্যন্ত অশ্বিনৰ এক শক্তিশালী অভিলেখ। বলিঙৰ সমান্তৰালকৈ বেটিঙতো উৎকৃষ্টতা দেখুৱাইছে তেওঁ। টেষ্টৰ লগতে এদিনীয়া ক্ৰিকেটতো অশ্বিনে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছে। ব্রিজবেনত অনুষ্ঠিত তৃতীয়খন টেষ্টৰ পাছত সংবাদমেলত তেওঁ অৱসৰৰ কথা ঘোষণা কৰে৷

টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচ ড্ৰ’ত সমাপ্ত হয়। এই টেষ্ট মেচৰ অন্তত অশ্বিনে অৱসৰৰ কথা ঘোষণা কৰে। অশ্বিনৰ সৈতে সংবাদমেলত অধিনায়ক ৰোহিত শৰ্মাও উপস্থিত থাকে। অশ্বিনে টেষ্টত ৫৩৭টা উইকেট দখল কৰিছে। ইয়াৰ সমান্তৰালকৈ ৩৫০৩ ৰানও সংগ্ৰহ কৰিছে অশ্বিনে। এদিনীয়া আৰু টি-২০ত অশ্বিনে শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে। কিন্তু এইগৰাকী ভাৰতীয় তাৰকা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা নাযাব।

অৱসৰ সন্দৰ্ভত সংবাদমেলত অশ্বিনে কয় যে, এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো তেওঁৰ শেষ দিন। সংবাদমেলৰ সময়ত অশ্বিনক দেখা গৈছিল আৱেগিক।

ইতিমধ্যে ভাৰতৰ হৈ অশ্বিনে ১০৬ খন টেষ্ট মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ৩৫০৩ ৰান সংগ্ৰহ কৰে। টেষ্টত অশ্বিনে ৬টা শতক আৰু ১৪টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁৰ শ্ৰেষ্ঠ টেষ্ট স্ক’ৰ আছিল ১২৪ ৰান। তেওঁ ভাৰতৰ হৈ বহুবাৰ কঠিন পৰিস্থিতিত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। অশ্বিনে বেটিঙৰ লগতে বলিঙৰ ক্ষেত্ৰতো উৎকৃষ্টতা প্ৰদৰ্শন কৰে। এই সময়ছোৱাত তেওঁ ৫৩৭টা উইকেট দখল কৰে। অশ্বিনৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল টেষ্ট ইনিংছত ৫৯ ৰানত ৭ উইকেট দখল কৰা।

ভাৰতৰ হৈ অশ্বিনে ১১৬খন এদিনীয়া খেল খেলিছে। ইয়াত ৭০৭ ৰান সংগ্ৰহ কৰা হৈছে। ইয়াৰ লগতে ১৫৬টা উইকেটো লোৱা হৈছে। ২৫ ৰানত ৪ উইকেট দখল কৰাটোৱেই হৈছে অশ্বিনৰ এদিনীয়া মেচত সৰ্বোত্তম প্ৰদৰ্শন। টীম ইণ্ডিয়াৰ স্পিনাৰ অশ্বিনে ভাৰতৰ হৈ ৬৫খন টি-২০ মেচ খেলিছে। এই সময়ছোৱাত ৭২টা উইকেট লোৱা হৈছে। এই ফৰ্মেটৰ ১৯ ইনিংছত ১৮৪ ৰান সংগ্ৰহ কৰিছে।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025