• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসম সাহিত্য সভাই পুনৰ লজ্জানত কৰিলে সুধী সমাজক; কাৰ্য নিৰ্বাহকত মাৰপিট

Nation NE by Nation NE
December 29, 2024
in Top News, অসম
0 0
অসম সাহিত্য সভাই পুনৰ লজ্জানত কৰিলে সুধী সমাজক; কাৰ্য নিৰ্বাহকত মাৰপিট
Share on FacebookShare on TwitterWhatsApp

অসমৰ অন্যতম সন্মানীয় জাতীয় সংগঠন অসম সাহিত্য সভা মানেই যেন এতিয়া বিতৰ্ক। বিভিন্ন বিতৰ্কৰ মাজেৰে অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ নিৰ্বাচনৰ আজি ঘোষণা হ’ব ফলাফল। ফলাফল ঘোষণাৰ দিনাও বিতৰ্কত নাম সাঙোৰ খাইছে সাহিত্য সভাৰ।

উল্লেখ্য যে আজি কামৰূপ জিলাৰ দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰ্য নিৰ্বাহক বৈঠকত অনুষ্ঠিত হ’ব ভোট গণনা পৰ্ব। ফলাফল ঘোষণাৰ আগমুহূৰ্তত সভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

ফলাফলৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থীয়ে এগৰাকী কাৰ্য নিৰ্বাহক সদস্যক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অজিত প্ৰসাদ শৰ্মা নামৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

উল্লেখ্য যে, নিমন্ত্ৰণী পত্ৰ নোপোৱাৰ বাবে কাৰ্য নিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকাই প্ৰশ্ন কৰিছিল উপেন্দ্ৰ জিৎ শৰ্মাক। এই কথাত ক্ষুন্ন হৈ কাৰ্য নিৰ্বাহকৰ আদৰণি সমিতিৰ দায়িত্বত থকা অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰে লোকজনক।

স্মৰ্তব্য যে, সভাপতি পদক লৈ চলা বিতৰ্কৰ পিছতে অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকত সভাপতি পদৰ বাবে ৰাজ্যৰ ৫গৰাকী বিশিষ্ট সাহিত্যিকৰ এখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছিল। এই তালিকাত নাম থকা ড০ ভীমকান্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰী আৰু ড০ গোবিন্দ প্ৰসাদ শৰ্মাই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা উল্লেখ কৰি নাম প্ৰত্যাহাৰ কৰিছিল।

ইয়াৰ পিছত তালিকাত নাম থকা অন্য দুজন ক্ৰমে সাহিত্য জগতৰ অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে প্ৰতিদ্বন্দ্বিতা কৰিছে।

আজি কিছু সময়ৰ পিছতেই স্পষ্ট হ’ব জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বাবে সভাপতি পদত কোন অধিষ্ঠিত হ’ব।

Tags: Asom Sahitya SabhaDadaraKamrup

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025