• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংবিধানৰ বাবেই আজি মই কথা পাতিব পাৰিছো… মন কি বাতত প্ৰধানমন্ত্ৰী মোদী

Nation NE by Nation NE
December 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী মোদীয়ে অসমক উপহাৰ দিলে চাৰিটা বায়’-গেছ ইউনিট
Share on FacebookShare on TwitterWhatsApp

২০২৪ বৰ্ষৰ অন্তিমটো ‘মন কি বাত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক মহাকুম্ভ স্নান আৰু মেলাৰ বিষয়ে বিশেষ বাৰ্তা প্ৰদান কৰে। তেওঁ ১৩ জানুৱাৰীৰ মহাকুম্ভক ‘ঐক্যৰ মহাকুম্ভ’ বুলি উল্লেখ কৰে। তেওঁ দেশবাসীক এই মহান ধৰ্মীয় সমাৱেশত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মহাকুম্ভত স্নান কৰি ‘ঘৃণা’ আৰু ‘বিভাজন’ক ত্যাগ কৰাৰ বাৰ্তা প্ৰদান কৰে মোদীয়ে। তেওঁ কয়, ‘মহাকুম্ভৰ বাৰ্তা হ’ল সমগ্ৰ দেশ একত্ৰিত হ’ব লাগে। মহাকুম্ভৰ বিশেষত্ব কেৱল ইয়াৰ বিশালতাই নহয়, ইয়াৰ বৈচিত্ৰতাও।’

উল্লেখ্য যে প্ৰতি ৩ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰা হয় যদিও মহাকুম্ভৰ পবিত্ৰ স্নানৰ তিথি প্ৰতি ১২ বছৰৰ মূৰে মূৰে আহে। অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ ১৩ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা এই প্ৰয়াগৰাজত হ’ব স্নান।

এই মন কি বাতত অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক গণতন্ত্ৰ দিৱস সন্দৰ্ভত মন্তব্য কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০২৫ চনৰ ২৬ জানুৱাৰীত ভাৰতে নিজৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ উদযাপন কৰিব।

এই সন্দৰ্ভত মোদীয়ে কয়, ‘আগন্তুক গণৰাজ্য দিৱসত আমি আমাৰ সংবিধান ৰূপায়ণৰ ৭৫ বছৰ উদযাপন কৰিম। ই আমাৰ সকলো দেশবাসীৰ বাবে অতি গৌৰৱৰ বিষয়। সময়ে সময়ে কঠিন পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰি আহিছে আমাৰ সংবিধানে। আৰু মই ব্যক্তিগতভাৱে য’ত উপনীত হ’লোঁ, তাৰ আঁৰতো সংবিধানৰ অৱদান আছে।’

উল্লেখ্য যে, বিৰোধী শিবিৰে সময়ে সময়ে প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে সংবিধান অপমান কৰাৰ অভিযোগ তুলিছে। অৱশ্যে প্ৰতিবাৰেই এই অভিযোগক নসাত কৰি আহিছে বিজেপিয়ে।

এন ডি এ চৰকাৰে কেনেকৈ সাংবিধানিক মূল্যবোধ আৰু ইয়াৰ ভাবমূর্তি ৰক্ষা কৰিছে সেই কথা আজি মন কি বাতত মোদীয়ে কয়৷ মূল বিৰোধী দল অৰ্থাত কংগ্ৰেছে ক্ষমতাত থাকিলেই সংবিধানৰ মূল্যবোধক ভেঙুচালি কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে মোদীয়ে।

Tags: CONSTITUTIONMann KI BaatNarendra Modi

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025