• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাইকত অহা দুৰ্বৃত্তৰ গুলীত মৃত্যু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতাৰ

Nation NE by Nation NE
January 2, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
বাইকত অহা দুৰ্বৃত্তৰ গুলীত মৃত্যু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতাৰ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতা বাবলা সৰকাৰক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। দিন দুপৰতে বাইকত অহা দুৰ্বৃত্তই ঘটনাটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ মালদা জিলাৰ ঝালঝলিয়া অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। শিহৰণকাৰী ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।

শেহতীয়াকৈ এটা সংবাদ সংস্থাই প্ৰকাশ কৰা ভিডিঅ’ত স্পষ্টৰূপত দেখা পোৱা গৈছে যে তৃণমূল পাৰিষদ দুলাল সৰকাৰে কিদৰে দুৰ্বৃত্তৰ পৰা প্ৰাণ বচাবলৈ দৌৰিছিল। দোকানত বহি থকা সময়তে দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বাইকত অহা দুৰ্বৃত্তই দুলাল সৰকাৰক অতি ওচৰৰ পৰা মূৰত গুলীয়াইছিল। হাস্পতাললৈ লৈ যোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।

কোনে কি কাৰণত দুলাল সৰকাৰক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিব দিয়ে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

ইফালে ঘটনাৰ কথা জানিব পাৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুখ প্ৰকাশ কৰি টুইটাৰত লিখিছে, ‘এই ঘটনাৰ কথা জানিব পাৰি অত্যন্ত দুখী। দোষীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

Tags: Mamata BanerjeeMurderTMCWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025