• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

হেলমেটত আছে AC, ট্ৰেফিক পুলিচে পালে সকাহ

সকলোকে এটাকৈ AC হেলমেট প্ৰদান

Nation NE by Nation NE
June 27, 2024
in ৰাষ্ট্ৰীয়
0 0
হেলমেটত আছে AC, ট্ৰেফিক পুলিচে পালে সকাহ

যোগী আদিত্যনাথে প্ৰদান কৰে AC হেলমেট (ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত ছবি)

Share on FacebookShare on TwitterWhatsApp

এই ভীষণ গৰমত ঘৰৰ বাহিৰলৈ ওলাবলৈ টান। ভাবিলে ভয় লাগে ভয়ংকৰ গৰমত বাহিৰলৈ ওলাব। এনে সময়ত ট্ৰেফিক পুলিচ প্ৰচণ্ড ৰ’দত থিয় হৈ পালন কৰি আহিছে নিজৰ কৰ্তব্য। বতৰ যিয়েই নহওক কিয় ট্ৰেফিক পুলিচে সদায়ে দায়িত্ব পালন কৰি যায়। ট্ৰেফিক যাতে সূচাৰুৰূপে চলে তাৰ বাবে প্ৰচণ্ড গৰমতো তেওঁলোকে পালন কৰি আহিছে নিজৰ ডিউটি।

যদিহে ভয়ংকৰ গৰমৰ বাবে ট্ৰেফিক পুলিচে কৰ্তব্য এৰি জিৰণি লয় তেন্তে হয়তো সমগ্ৰ চহৰতে তীব্ৰ যান জঁটৰ সৃষ্টি হ’ব। এনে সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ট্ৰেফিক পুলিচক কিছু সকাহ দিবলৈ আগবঢ়ালে এক বিশেষ পদক্ষেপ। ট্ৰেফিক পুলিচক যোগী আদিত্য নাথে প্ৰদান কৰিলে একোটাকৈ শীত-তাপ নিয়ন্ত্ৰিত হেলমেট। বৃহস্পতিবাৰে এক অনুষ্ঠানত বহু ট্ৰেফিক আৰক্ষীক প্ৰদান কৰে ACযুক্ত হেলমেট। এতিয়া মূৰত এ চি হেলমেট লগাই কিছু আৰামত ডিউটি কৰিব পাৰিব উত্তৰ প্ৰদেশৰ যান বাহন আৰক্ষীয়ে।

AC হেলমেটৰ কি কি বিশেষত্ব?
এই হেলমেট বিশেষ পদ্ধতিৰে ডিজাইন কৰা হৈছে। হেলমেট কুলিং চিষ্টেমৰ সহায়ত প্ৰচণ্ড হীট ৱেভৰ পৰা ৰক্ষা কৰিব ট্ৰেফিক আৰক্ষীক। এই হেলমেটৰ বাবে অনায়াসে নিজৰ দায়িত্ব সম্পাদন কৰিব পাৰিব যান বাহন আৰক্ষীয়ে। ট্ৰেফিক আৰক্ষীৰ যাৰ বাবে স্বাস্থ্যও ভালে থকাৰ লগতে কাৰ্যক্ষমতাও বৃদ্ধি পাব।

Tags: #achelmet #yogiadityanath

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026

March 20, 2026

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025