• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতিৰ ওপৰত ক’লা যাদু কৰি কাৰাগাৰ পালে মন্ত্ৰী

আচৰিত ঘটনা ভাৰতৰে সমীপৰ এখন ৰাষ্ট্ৰত

Nation NE by Nation NE
June 28, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰ ওপৰত ক’লা যাদু কৰি কাৰাগাৰ পালে মন্ত্ৰী

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজ্জু

Share on FacebookShare on TwitterWhatsApp

এক আচৰিত ঘটনাৰ খবৰে তোলপাৰ লগাইছে বিশ্ব। ৰাষ্ট্ৰপতিৰ ওপৰত ক’লা যাদু কৰিছিল মন্ত্ৰীয়ে। আপোনাৰ বাবে হয়তো এইখবৰ আমোদজনক হ’ব।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক’লা যাদু কৰা বুলি উঠিছিল অভিযোগ। তান্ত্ৰিকৰ দ্বাৰা মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজ্জুৰ ওপৰত ক’লা যাদু কৰাৰ অভিযোগ উঠিছিল এগৰাকী মহিলা মন্ত্ৰীৰ বিৰুদ্ধে। বিজ্ঞানৰ যুগত মালদ্বীত সংঘটিত হোৱা এই ঘটনাৰ তদন্তও আৰম্ভ হৈছিল। তদন্তৰ অন্ততঃ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মালদ্বীপৰ পৰ্যটন মন্ত্ৰী ফাতিমা ছমনাজে ৰাষ্ট্ৰপতি মহম্মদ মইজ্জুৰ ওপৰত ক’লা যাদু কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগ উঠাৰ পিছতে মালদ্বীপ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে পৰ্যটন মন্ত্ৰী ফাতিমাক। পৰ্যটন মন্ত্ৰীগৰাকীৰ সৈতে আন চাৰিজনকো কৰা হৈছে গ্ৰেপ্তাৰ। সমগ্ৰ মালদ্বীপত এতিয়া এটাই চৰ্চা, মুখে মুখে কেৱল এটাই শব্দ ক’লা যাদু। এই সমস্ত খবৰ প্ৰকাশ পাইছিল ২৩ জুনত। বুধবাৰে পৰ্যটন মন্ত্ৰী ফাতিমা ছমনাজক পৰ্যটন বিভাগৰ মন্ত্ৰিত্বৰ পৰা নিলম্বিত কৰা হয়।

অভিযোগ মতে মন্ত্ৰী ফাতিমাই স্বামীৰ সৈতে মিলি মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক’লা যাদু কৰিছিল। ইয়াৰ পিছতে মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় পত্নী আৰু স্বামীক।

Tags: #maldives #muizzu

Related Posts

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি
Top News

March 21, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025