• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪৪ বছৰ অপেক্ষাৰ অন্তত আজিৰে পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা

Nation NE by Nation NE
January 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১৪৪ বছৰ অপেক্ষাৰ অন্তত আজিৰে পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা
Share on FacebookShare on TwitterWhatsApp

১৪৪ বছৰ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ল মহাকুম্ভ মেলা। এই মেলাৰ আৰম্ভণিৰ দিনাই প্ৰয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতী ত্ৰিবেণী সংগমত প্ৰায় ৫০ লাখ লোকে পৱিত্ৰ স্নান কৰে।

মুঠ ৪০ কোটি তীৰ্থযাত্ৰীৰ আশা কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে। যি ৰাছিয়া আৰু আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও বেছি। আয়োজকসকলে এই মহাকুম্ভ মেলাক সভ্যতাৰ সৰ্ববৃহৎ জনসভা বুলি উল্লেখ কৰিছে।

প্ৰয়াগৰাজৰ ৪০০০ হেক্টৰ ভূমিত এই মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছে। ২০২৫ চনৰ ২৬ জানুৱাৰীলৈকে চলিব এই মেলা। দেশৰ সৰ্বাধিক জনবহুল ৰাজ্যখনত সৰ্বাধিক ভিৰৰ ফলত কেইবা কোটি টকা উপাৰ্জন হয় বুলি অনুমান কৰা হৈছে।

বিগত ৪৫ দিন ধৰি এই মহাকুম্ভ মেলাক কেন্দ্ৰ কৰি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এক সূত্ৰ অনুসৰি, যদি মহাকুম্ভ মেলাত ৪০ কোটি তীৰ্থযাত্ৰীয়ে গড়ে ৫ হাজাৰ টকা খৰচ কৰে, তেন্তে প্ৰয়াগৰাজত ২ লাখ কোটি ব্যৱসায় কৰিব পৰা যাব।

এক প্ৰতিবেদন অনুসৰি, যদি তীৰ্থযাত্ৰীসকলে প্ৰতিজন ব্যক্তিৰ বাবে ১০ হাজাৰ টকা খৰচ কৰে তেন্তে ব্যৱসায়ৰ পৰিমাণ ৪ লাখ কোটি টকালৈ বৃদ্ধি পাব। যাৰ ফলত সমগ্ৰ দেশৰ জিডিপি এক শতাংশ বৃদ্ধি পাব।

যৌথ উদ্যোগ ইস্কন, আদানি গ্ৰুপ আদিয়ে এই মহাকুম্ভ মেলাত ভক্তসকলক মাহ-প্ৰসাদ বিতৰণ কৰিব। এই মেলাত অস্থায়ী চিকিৎসা শিবিৰ, আয়ুৰ্বেদিক সামগ্ৰী আৰু ঔষধে ব্যৱসায়ত আৰু ৩ হাজাৰ কোটি টকা উপাৰ্জন কৰিব পাৰে। ই-টিকট, ডিজিটেল পেমেণ্ট, ৱাই-ফাই সেৱাৰ পৰা এক হাজাৰ কোটি টকা সংগ্ৰহ কৰিব পাৰিব।

মনোৰঞ্জন অনুষ্ঠান, বিজ্ঞাপন আৰু প্ৰচাৰৰ পৰা চৰকাৰী ৰাজকোষত ১০ হাজাৰ কোটি টকা জমা হ’ব পাৰে।মহাকুম্ভ মেলাৰ আৰম্ভণিতে এই বিশেষ বাৰ্তা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ লিখিছে যে, প্ৰয়াগৰাজত ২০২৫ত আৰম্ভ হোৱা এই মহাকুম্ভ মেলাত অসংখ্য মানুহ গোট খাব। য’ত ভাৰতীয় সংস্কৃতিক উদযাপন কৰা হ’ব। ইয়াত হিন্দু সভ্যতাৰ দীৰ্ঘদিনীয়া আধ্যাত্মিকতা আৰু ঈশ্বৰৰ ওপৰত আস্থা আৰু সমন্বয়ৰ আভাস পোৱা যাব।

Tags: IndiaPRAYAGRAJUttar Pradesh

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

শীৰ্ষ সংবাদ

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025