• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ওভোতাই লোৱা হ’ব মনু ভাকৰৰ অলিম্পিক পদক, আনন্দিত খেলুৱৈগৰাকী

Nation NE by Nation NE
January 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ওভোতাই লোৱা হ’ব মনু ভাকৰৰ অলিম্পিক পদক, আনন্দিত খেলুৱৈগৰাকী
Share on FacebookShare on TwitterWhatsApp

মনু ভাকৰে বিগত বৰ্ষৰ পেৰিছ অলিম্পিকত সঠিক শ্বুটিঙেৰে সমগ্ৰ দেশকে গৌৰবান্বিত কৰিছিল। ভাৰতৰ এই ষ্টাৰ শ্বুটাগৰাকীয়ে পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচিছিল।

কিন্তু এতিয়া এইগৰাকী দক্ষ শ্বুটাৰৰ দুয়োটা পদক ঘূৰাই লোৱা হ’ব। কিন্তু এয়া মনু ভাকৰৰ বাবে অতি সুখৰ বিষয়। আচলতে এইগৰাকীৰ ভাৰতীয় শ্বুটাৰৰ দুয়োটা ব্ৰঞ্জৰ পদকৰ অৱস্থা অতি শোচনীয়। এতিয়া এই পদকসমূহ নিৰ্মাণ কৰা ফৰাচী কোম্পানী মনাকো ডি পেৰিছে মনুক নতুন ব্ৰেণ্ডেড পদক দিব।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ মাত্ৰ কেইদিনমান পিছতে মনু ভাকৰৰ পদকসমূহৰ ৰং আঁতৰি গৈছে।

অৱশ্যে কেৱল মনু ভাকেৰেই নহয়, পেৰিছ অলিম্পিকত পদক লাভ কৰা বিশ্বৰ বহু খেলুৱৈয়ে এই অভিযোগ কৰিছিল। খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ পদকসমূহৰ নিম্নমানৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। এই অভিযোগৰ পিছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে কয় যে, ক্ষতিগ্ৰস্ত অলিম্পিক পদকসমূহ পুনৰ মনাকো ডি পেৰিছে মেৰামতি কৰিব আৰু সেইবোৰ একেবাৰে নতুন অৱস্থাত খেলুৱৈসকলক ঘূৰাই দিয়া হ’ব। পেৰিছ অলিম্পিক আয়োজক সমিতিয়ে এই পদকসমূহ মনাই ডি পেৰিছক নিৰ্মাণৰ ঠিকা দিছিল। ই হৈছে এটা চৰকাৰী কোম্পানী যিয়ে ফ্ৰান্সৰ বাবে মুদ্ৰা আৰু অন্যান্য মুদ্ৰাও উৎপাদন কৰে।

এক প্ৰতিবেদন অনুসৰি, আগন্তুক সপ্তাহত খেলুৱৈসকলৰ ক্ষতিগ্ৰস্ত সকলো পদক কোম্পানীয়ে সলনি কৰিব। ফ্ৰান্সৰ কোম্পানী মনাকো ডি পেৰিছে প্ৰতিটো পদকত আইফেল টাৱাৰৰ লোহাৰ টুকুৰা ব্যৱহাৰ কৰিছিল। এই কোম্পানীয়ে অলিম্পিক গেমছৰ বাবে ৫,০৮৪ টা সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক নিৰ্মানৰ দ্বায়িত্ব লাভ কৰে।

উল্লেখ্য যে, মনু ভাকৰে প্ৰথমে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে, ইয়াৰ জৰিয়তে তেওঁ যিকোনো অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত মনুৱে মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল টিম ইভেণ্টত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰে। দেশৰ স্বাধীনতাৰ পাছত এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

Tags: MedalParis OlympicSports

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025