• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

দীঘলীয়া বিৰতিৰ অন্তত আহিল 'মন কী বাত'

Nation NE by Nation NE
June 30, 2024
in ৰাষ্ট্ৰীয়
0 0
সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰতিনিধিত্বমূলক ফটো

Share on FacebookShare on TwitterWhatsApp

আজি চাৰি মাহৰ দীঘলীয়া বিৰতিৰ অন্তত জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান মন কী বাতৰ মাধ্যমেৰে দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে যোগ দিৱস আৰু পেৰিছ অলিম্পিককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে। মন কী বাতৰ ১১১তম সংস্কৰণত অংশ লৈ প্ৰথমতেই সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে। ৬৫ কৌটি ভোটাৰৰ অংশগ্ৰহণেৰে ২০২৪ৰ লোকসভা নিৰ্বাচনক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিৰ্বাচন বুলি দাবী কৰি তেওঁ কয় যে মই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু তাৰ লগত জড়িত সকলো ব্যক্তিকে অভিনন্দন জনাইছোঁ। ইয়াৰ লগতে বৃক্ষ ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ ধনী কিম্বা দুখীয়া সকলো স্তৰৰ জনতাক নিজৰ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণৰ আহ্বান জনায়। তদুপৰি পেৰিছ অলিম্পিকত ভাৰতে উচ্চ মানৰ প্ৰদৰ্শন কৰিব বুলিও আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোগ দিৱসত দেশ বিদেশৰ জনতাৰ অভূতপূৰ্ব অংশগ্ৰহণ আৰু কুৱেইটৰ ৰেডিঅ’ত হিন্দী ভাষাৰ অনুষ্ঠানৰ প্ৰচাৰক লৈ গৌৰৱান্বিত বুলি দাবী কৰি তেওঁ কয় যে ভাৰতৰ বাবে এয়া এটা শুভ লক্ষণ। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে অৰাকু কফী আৰু জম্মু কাশ্মীৰৰ বৰফৰ বাদাম ইতিমধ্যেই বিদেশলৈ ৰপ্তানি আৰম্ভ হৈছে বুলিও ঘোষণা কৰে। অনুষ্ঠানৰ শেষত বাংগালোৰৰ এখন বিশেষ উদ্যানৰ বিষয়ে দেশবাসীক অৱগত কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। বাংগালোৰৰ কব্বন উদ্যানত দেওবাৰৰ দিনটোত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে সংস্কৃত ভাষাত কথা পাতে বুলি উল্লেখ কৰি তেওঁ লগতে আজিৰ দিনটোতেই সংস্কৃত বুলেটিন প্ৰচাৰৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণী পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে। এনেদৰেই দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন প্ৰসংগৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশবাসীক প্ৰথমবাৰৰ বাবে সম্বোধন কৰে নৰেন্দ্ৰ মোদীয়ে।

Tags: #mankibat #modi

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026

March 20, 2026

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025