• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলম্বিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা, ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
January 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কলম্বিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা, ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই সোমবাৰে দেশখনৰ উত্তৰ-পূবত গেৰিলা আক্ৰমণৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব ঘোষণা কৰে।

এই আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে সহস্ৰাধিক লোকে ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়।ৰাষ্ট্ৰপতি পেট্ৰ’ই সকীয়াই দিছিল যে তেওঁৰ দেশৰ সেনাই ৰাষ্ট্ৰীয় মুক্তি সেনাৰ বিৰুদ্ধে আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰিব।

সংবাদ মাধ্যমত দিয়া এটা পোষ্টত পেট্ৰ’ই কয় যে, তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব, যাৰ ফলত কাৰ্যবাহী শাখাই তিনি মাহৰ বাবে কংগ্ৰেছৰ অনুমোদন অবিহনে কিছুমান বিশেষ ধৰণৰ আইন গৃহীত কৰিব পাৰিব। অৱশ্যে এই ব্যৱস্থা কাৰ্যকৰী হোৱাটো নিশ্চিত নহয়, কিয়নো কলম্বিয়াৰ সাংবিধানিক আদালতে ইয়াক বাতিল কৰিব পাৰে।

২০০০ চনৰ আৰম্ভণিতে তেতিয়াৰ ৰাষ্ট্ৰপতি আলভাৰো উৰিবেৰ প্ৰশাসনে আভ্যন্তৰীণ অশান্তিৰ আদেশ ব্যৱহাৰ কৰি সামৰিক বাহিনীৰ বাবে ধন সংগ্ৰহ কৰে। কলম্বিয়াৰ সংবিধান অনুসৰি, এই জৰুৰী ব্যৱস্থাৰ সহায়ত কংগ্ৰেছ নিলম্বন বা নাগৰিক অধিকাৰ বিলুপ্ত কৰিব নোৱাৰি। ন্যায়িক ব্যৱস্থাই সহায় কৰিব বুলি তেওঁ আশাবাদী।

ইয়াৰ পূৰ্বে সোমবাৰে পেট্ৰ’ই সকীয়াই দিয়ে যে, তেওঁৰ দেশৰ সেনাই ৰাষ্ট্ৰীয় মুক্তি সেনাৰ বিৰুদ্ধে আক্ৰমণাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ ই এল এন নামেৰে পৰিচিত বিদ্ৰোহীসকলে কলম্বিয়াৰ কাটাটুম্বো অঞ্চলত আক্ৰমণৰ ঢৌ আৰম্ভ কৰিছিল, য’ত কমেও ৮০ জন লোকে প্ৰাণ হেৰুৱাইছে।

কলম্বিয়াৰ উত্তৰ-পূব অঞ্চলত বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ সৈতে শান্তি আলোচনাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পিছতে ৮০ জনতকৈও অধিক লোকৰ প্ৰাণহানি হয়। এই আক্ৰমণত প্ৰাণ হেৰুওৱা অধিকাংশ লোকেই আছিল নৰ্থ ছান্টাণ্ডাৰত। অঞ্চলটোৰ গৱৰ্ণৰ উইলিয়াম ভিলামিজাৰৰ মতে, আন ২০ জন আহত হয়। চৰকাৰী বাতৰি অনুসৰি, ক্ষতিগ্ৰস্তসকলৰ ভিতৰত আছে সম্প্ৰদায়ৰ নেতা কাৰ্মেলো গুয়েৰেৰো আৰু শান্তি চুক্তিত স্বাক্ষৰ কৰিব বিচৰা সাতজন লোক।

Tags: ColombiaEmergencyPatro

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025