• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
28 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অসমৰ যুৱ মূকাভিনেতা মিনাংক ডেকালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ 

      Nation NE by Nation NE
      January 22, 2025
      in Top News, অসম, বিনোদন
      0 0
      অসমৰ যুৱ মূকাভিনেতা মিনাংক ডেকালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ 
      Share on FacebookShare on TwitterWhatsApp

      ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই।

      মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল’শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে। এজন অসমৰ মিনাংক ডেকা আৰু এজন মধ্যপ্ৰদেশৰ।

      গৱেষণাৰ বিষয়- মূকাভিনয় শিল্পক পুনৰুদ্ধাৰঃ সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মুকাভিনয়ৰ গুৰুত্বক অন্বেষণ।

      শৈশৱৰ পৰা মূকাভিনয় শিল্পৰ সৈতে জড়িত মিনাংক ডেকাই মূকাভিনয়ৰে সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে। মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি থকা মিনাংক ডেকাই নিজস্ব উদ্যোগত অসম তথা ভাৰতৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা “নিৰ্বাক” প্ৰকাশ কৰি আহিছে।

      পথ সুৰক্ষা, স্বচ্ছতা, ড্ৰাগছৰ ভয়াবহতা, বাল্য বিবাহ, জলাশয় সংৰক্ষণ, এইডছ, কেঞ্চাৰ সজাগতা ইত্যাদি বহু বিষয় লৈ মিনাংক ডেকাই শিল্প সাধনা কৰি আছে।

      সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মইনুল হকৰ তত্বাৱধানত মূকাভিনয় শিক্ষা লাভ কৰা মিনাংক ডেকা গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিবাসী গোপী ডেকা (পিতৃ) আৰু বুলু ডেকাৰ (মাতৃ) একমাত্ৰ পুত্ৰ।

      Tags: #AssamMimeMinagka Deka

      Related Posts

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025
      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ ডাঙৰ খবৰ; এজাহাৰ দাখিল এইসকল লোকৰ বিৰুদ্ধে… জানক সবিশেষ

      June 5, 2025
      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ

      শীৰ্ষ সংবাদ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      বাংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ ডাঙৰ খবৰ; এজাহাৰ দাখিল এইসকল লোকৰ বিৰুদ্ধে… জানক সবিশেষ

      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist