• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      অবৈধ সুৰাৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে আনিছে নতুন সংশোধিত আইন

      বিক্ৰী কৰিলেই হ'ব আজীৱন কাৰাদণ্ড আৰু লক্ষাধিক টকাৰ জৰিমনা

      Nation NE by Nation NE
      June 30, 2024
      in ৰাষ্ট্ৰীয়
      0 0
      অবৈধ সুৰাৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে আনিছে নতুন সংশোধিত আইন

      তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন

      Share on FacebookShare on TwitterWhatsApp

      তামিলনাডুৰ শাসকীয় দল দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে (ডিএমকে) শনিবাৰে তামিলনাডু নিষিদ্ধকৰণ আইন ১৯৩৭ সংশোধন কৰি মানুহৰ জীৱন বিপদাপন্ন কৰিব পৰা অবৈধ সুৰা তৈয়াৰ কৰা আৰু বিক্ৰীৰ দৰে ভয়ানক অপৰাধৰ বাবে শাস্তি আৰু জৰিমনা বৃদ্ধি কৰিছে। উল্লেখ্য যে তামিলনাডু চৰকাৰে সুৰাৰ চোৰাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কাল্লাকুৰিচি জিলাৰ সুৰা ট্ৰেজেডীত ৬০জনকৈও অধিক লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চৰকাৰে শনিবাৰে অবৈধ সুৰা ব্যৱসায়ীৰ শাস্তি বৃদ্ধি কৰিবলৈ এই আইন ততাতৈয়াকৈ সংশোধন কৰিছে। সংশোধনী আইনৰ ধাৰা ৪,৫,৬,৭ আৰু ১১ৰ অধীনত এতিয়াৰে পৰা অবৈধ সুৰা ব্যৱসায়ীসকলক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহাৰ লগতে জৰিমনাও বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। এই সংশোধিত আইন-২০২৪ চৰকাৰে অধিসূচনা জাৰি কৰাৰ দিনাৰে পৰা কাৰ্যকৰী হ’ব আৰু এই আইনখনৰ লক্ষ্য হৈছে ৰাজ্যখনৰ পৰা অবৈধ সুৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা।

      সংশোধিত আইন অনুসৰি অবৈধ সুৰাপানৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ’লে সেই চোৰাং ব্যৱসায়ীসকলক আজীৱন কাৰাদণ্ডৰ লগতে ১০ লাখ টকালৈকে জৰিমনা বিহা হ’ব।

      লক্ষণীয়ভাৱে কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে চেলভাপেৰুন্থাগাই বিধেয়কখন সমৰ্থন জনাই আৰু ব্যৱস্থাটোত নিয়ন্ত্ৰণ তথা ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ দি কয় যে আৰক্ষীক সকলো ক্ষমতা দিয়াৰ পৰিৱৰ্তে এখন নিৰ্বাচিত সমিতি গঠন কৰিব লাগে। ইয়াৰ বিপৰীতে পাট্টালি মাক্কাল কাচ্চি (পিএমকে)ৰ নেতা জি কে মণিয়ে দাবী কৰিছে যে চৰকাৰে সুৰা দুৰ্ঘটনাৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট বিষয়াসকলক দোষী সাব্যস্ত কৰাৰ উপৰিও ৰাজ্যখনত অবৈধ সুৰা সম্পূৰ্ণ নিষেধাজ্ঞা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে।

      কাল্লাকুৰিচি সুৰা ট্ৰেজেডী কি?

      তামিলনাডুৰ কাল্লাকুৰিচি জিলাত বিষাক্ত সুৰা পান কৰি বিগত ১৮ জুনত ৬১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ইয়াৰ ভিতৰত ৮৮ জন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে বাকী ৭৪ জন লোকক চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে। কাল্লাকুৰিচি জিলাৰ কৰুণাপুৰম গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

      Tags: #tamilnadu #mkstalin #liquor

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist