• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছিৰিয়াত মুছলমানৰ মাজত সংঘৰ্ষ, ৯ জনৰ প্ৰাণহানি

Nation NE by Nation NE
January 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছিৰিয়াত মুছলমানৰ মাজত সংঘৰ্ষ,  ৯ জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াৰ উত্তৰ আলেপ্পো প্ৰদেশত কুৰ্দি নেতৃত্বাধীন ছিৰিয়ান ডেম’ক্ৰেটিক ফৰ্চৰ আক্ৰমণত তুৰ্কীৰ ৯ জন জোৱানে প্ৰাণ হেৰুৱাৰ লগতে ১১ জন আহত হয়।

এই আক্ৰমণ তুৰ্কীৰ সামৰিক ঘাটিক লক্ষ্য কৰি সংঘটিত কৰা হৈছিল। শুকুৰবাৰে ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই এই তথ্য প্ৰদান কৰে।

মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা অনুসৰি, ২৩ জানুৱাৰীত আল-হোছাৰিয়া অঞ্চলত এছডিএফে তুৰ্কীৰ ঘাটিত আক্ৰমণ চলায়। তদুপৰি, মানবিজৰ দক্ষিণে অৱস্থিত আটছানা গাঁৱত থকা সামৰিক সমাৱেশতো এছ ডি এফে আক্ৰমণ চলায়।

অৱশ্যে সেই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানেও স্পষ্ট হোৱা নাই। উত্তৰ আৰু পূব ছিৰিয়াৰ এছডিএফৰ ওপৰত তুৰস্ক আৰু ইয়াৰ মিত্ৰ গোটসমূহে বাৰে বাৰে কৰা আকাশ আৰু স্থল আক্ৰমণেৰে প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা যেন দেখা গৈছে।

ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, ২০২৪ চনৰ ১২ ডিচেম্বৰৰ পৰা এছডিএফ আৰু তুৰ্কী সমৰ্থিত দলসমূহৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ পিছত ৫১ জন সাধাৰণ নাগৰিককে ধৰি মুঠ ৪৮৩ জন লোকৰ প্ৰাণহানি হৈছে।

Tags: Middle EastSyriaWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025