• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
23 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এটা ৰে’ল ষ্টেচনৰ ছাদে কাঢ়ি লৈ গ’ল প্ৰধানমন্ত্ৰীৰ চকী

Nation NE by Nation NE
January 29, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এটা ৰে’ল ষ্টেচনৰ ছাদে কাঢ়ি লৈ গ’ল প্ৰধানমন্ত্ৰীৰ চকী
Share on FacebookShare on TwitterWhatsApp

২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত ছাৰ্বিয়াৰ নৱী নামৰ চহৰৰ এটা ৰে’ল ষ্টেচনত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৫ জন লোকৰ। এই ভয়ংকৰ ঘটনাৰ পিছৰে পৰা দেশখনত আৰম্ভ হয় ভয়ংকৰ প্ৰতিবাদ।

ৰে’ল ষ্টেচনৰ ছাদ ভাঙি পৰাৰ ফলত সংঘটিত এই শোকাৱহ ঘটনাটোৰ পিছতে ক্ষুব্ধ হৈ পৰে দেশবাসী। দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহে ছাত্ৰ সমাজ। এই প্ৰতিবাদক পূৰ্ণ সমৰ্থন আগবঢ়াই শিক্ষক সমাজেও।

দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথলৈ ওলাই অহা হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীৰ এটাই দাবী- ঘটনাৰ স্বচ্ছ তদন্ত হ’ব লাগিব আৰু দোষী কাঠগড়ালৈ আহিবই লাগিব।

ৰে’ল ষ্টেচন নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰেল ষ্টেচনটো দুবাৰকৈ পুনঃনিৰ্মাণ কৰা হৈছিল। এই কামটো কৰিছিল চীনৰ এটা চৰকাৰী কোম্পানীয়ে।

প্ৰতিবাদৰ অভিনৱ পন্থা অৱলম্বন কৰি প্ৰতিবাদকাৰীয়ে প্ৰতিদিনে পুৱা ১১:৫২ বজাত ছাৰ্বিয়াৰ পথ ১৫ মিনিটৰ বাবে অৱৰোধ কৰে। এই সময়ছোৱাত স্তব্ধ হৈ পৰে যান-বাহনৰ চলাচল।

চৰকাৰৰ দুৰ্নীতিৰ বাবে ৰে’ল ষ্টেচনৰ ছাদ ভাঙি পৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু নৱীৰ মেয়ৰক দোষাৰোপ কৰি পদত্যাগৰ দাবী উত্থাপন কৰে।

এই ঘটনাৰ প্ৰতিবাদত শ-শ লোকে ৰঙা গ্ল’ভছ পিন্ধি ম’বাইল ফোনৰ ফ্লেছ লাইট জ্বলাই ৰাজপথলৈ ওলাই আহে। বেলগ্ৰেড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভ কৰা এই প্ৰতিবাদ ক্ৰমান্বয়ে সাধাৰণ জনতাৰ মাজতো বিয়পি পৰে।

প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ছাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকে মঙলবাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পদত্যাগৰ উদ্দেশ্য হৈছে ছাৰ্বিয়াত উত্তেজনা হ্ৰাস কৰা। তদুপৰি তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈও আহ্বান জনায়।

উল্লেখ্য যে, দুৰ্নীতিৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকৰ ওচৰত সেও মানি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰা ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে ভাৰতবৰ্ষৰ বাসিন্দাৰ বাবে এই খবৰ যথেষ্ট আশ্বৰ্যকৰ।

Tags: Milos VucevicNationwide ProtestSerbia

Related Posts

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি
Top News

March 24, 2026
পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 24, 2026

শীৰ্ষ সংবাদ

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025