• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

Nation NE by Nation NE
January 31, 2025
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Share on FacebookShare on TwitterWhatsApp

মেষ-আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। শুভ সংখ্যা -৭, শুভ ৰং-সোণালী।

বৃষ-সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ- ৮, শুভ ৰং- সুমথিৰা আৰু ৰঙা।

মিথুন-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

কৰ্কট- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

সিংহ- কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৮, শুভ ৰং-বগা।

কন্যা-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

তুলা- শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। সহযোগীৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-বগা আৰু নীলা।

বৃশ্চিক- ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। ৰাজনীতিত সুফল লাভৰ যোগ। পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে । শুভ সংখ্যা -৩, শুভ ৰং-পাতল নীলা।

ধনু-আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা -৭, শুভ ৰং-সোণালী।

মকৰ- স্থায়ী সম্পত্তিৰ কামৰ পৰা বিপুল সুবিধা লাভ কৰিব পাৰে। কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ সংখ্যা -১, শুভ ৰং-ৰঙা।

কুম্ভ- আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। শুভ সংখ্যা -৪, শুভ ৰং-সুমথিৰা।

মীন- কৰ্মত আশাবাদী। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল। শুভ নম্বৰ- ৩, শুভ ৰং-ৰঙা।

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025