• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

ট্ৰাম্পে দিলে বন্ধুত্বৰ পৰিচয়! চীন, কানাডা আৰু মেক্সিকৰ ওপৰত শুল্ক

Nation NE by Nation NE
February 2, 2025
in Uncategorized
0 0
ট্ৰাম্পে দিলে বন্ধুত্বৰ পৰিচয়! চীন, কানাডা আৰু মেক্সিকৰ ওপৰত শুল্ক
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডা, মেক্সিকো আৰু চীনৰ বিৰুদ্ধে শুল্ক আৰোপ কৰাৰ নিৰ্দেশৰ ফলত বাণিজ্য যুদ্ধৰ সূচনা হৈছে।

শনিবাৰে সন্ধিয়াৰ পৰা কাৰ্যকৰী হোৱা কানাডা, মেক্সিকো আৰু চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই সিদ্ধান্তৰ লগে লগে আমেৰিকা আৰু এই দেশসমূহৰ মাজত বাণিজ্যিক যুদ্ধ আৰম্ভ হৈছে, যি আন দেশতো আৰু অধিক বিয়পি পৰিব পাৰে।

কানাডা আৰু মেক্সিকোৰ পৰা অহা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে। চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০% শুল্ক বৃদ্ধি কৰা হৈছে। অৱশ্যে কানাডাৰ পৰা আমদানি কৰা তেলৰ ওপৰত মাত্ৰ ১০% শুল্ক আৰোপ কৰা হ’ব।

ঘোষণা কৰা শুল্কৰ প্ৰথম ছেটত ভাৰতৰ নাম উল্লেখ কৰা নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

গৱেষণা আৰু তথ্য ব্যৱস্থা অনুসৰি, আমেৰিকাৰ বাণিজ্যিক ঘাটিত আটাইতকৈ বেছি অৰিহণা যোগোৱা দেশসমূহ হৈছে চীন, মেক্সিকো আৰু কানাডা। চীনৰ অৱদান ৩০.২ শতাংশ, মেক্সিকোৰ ১৯ শতাংশ আৰু কানাডাৰ ১৪ শতাংশ, আনহাতে ভাৰত এই তালিকাত ৯ নম্বৰত আছে।

চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ আমেৰিকাৰ নিৰ্দেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চীনে। দেওবাৰে বাণিজ্য মন্ত্ৰালয়ে কয় যে, চীনে বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত গোচৰ তৰি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে উপযুক্ত প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মন্ত্ৰালয়ে কয় যে, আমেৰিকাই একপক্ষীয় শুল্ক বৃদ্ধি কৰাটো বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ গুৰুতৰ উলংঘা। এই পদক্ষেপে আমেৰিকাৰ নিজৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাই নহয়, চীন-আমেৰিকাৰ স্বাভাৱিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাত বাধাৰ সৃষ্টি কৰে। চীনে আমেৰিকাৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ ওপৰত গভীৰভাৱে অসন্তুষ্ট।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শনিবাৰে কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্কৰ প্ৰতিশোধ হিচাপে তেওঁৰ দেশে আমেৰিকাৰ বহু আমদানিৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিব। তেওঁ আমেৰিকানসকলক সকীয়াই দিয়ে যে ট্ৰাম্পৰ এই সিদ্ধান্তই তেওঁলোকৰ বাবে গুৰুতৰ পৰিণতি কঢ়িয়াই আনিব।

ট্ৰুডোৱে কয় যে, তেওঁ ১৫৫ বিলিয়ন কানাডিয়ান ডলাৰ (১০৭ বিলিয়ন মাৰ্কিন ডলাৰ) মূল্যৰ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছে, যিটো দীৰ্ঘদিনীয়া মিত্ৰ দেশসমূহৰ মাজত সম্পৰ্ক অৱনতি ঘটিছে, যিসকলে বিশ্বৰ আটাইতকৈ দীঘলীয়া স্থল সীমান্তৰ অংশীদাৰ।

ইফালে শনিবাৰে মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে আমেৰিকাৰ আমদানিৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ কথা কয়। শ্বেইনবামে কয় যে, তেওঁৰ চৰকাৰে নিজৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰৰ সৈতে মুখামুখি হোৱাতকৈ আলোচনা বিচাৰে যদিও মেক্সিকোৱে ইয়াৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হৈছে।

Tags: AmericaIndiaTrump

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025