• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুদিনীয়া ভ্ৰমণসূচীৰে ১২ ফেব্ৰুৱাৰীত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী মোদী

Nation NE by Nation NE
February 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দুদিনীয়া ভ্ৰমণসূচীৰে ১২ ফেব্ৰুৱাৰীত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী মোদী
Share on FacebookShare on TwitterWhatsApp

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণলৈ যাব। ইয়াত অনুষ্ঠিত হ’বলগীয়া এআই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল’ব। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু চীনৰ উপ-প্ৰধানমন্ত্ৰীকে ধৰি কেইবাখনো দেশৰ কেইবাগৰাকীও ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব।

১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছত উপস্থিত হ’ব, য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আয়োজন কৰা নৈশ আহাৰত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত ১২-১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব। ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভ্ৰমণ।

নতুন প্ৰশাসন ক্ষমতালৈ অহাৰ তিনি সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীক আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হয়, যিয়ে দুয়োখন দেশৰ মাজত থকা সুদৃঢ় সম্পৰ্কক দেখুৱাইছে।

উল্লেখ্য যে, ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ২০১৭ আৰু ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল।

Tags: Donald trumpFranceNarendra ModiUSA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025