• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
22 °c
Guwahati
22 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ক লৈ ভাৰতৰ মতামতক তীব্ৰ গৰিহণা মহম্মদ ইউনুছৰ চৰকাৰৰ…

Nation NE by Nation NE
February 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ ইউনুছ চৰকাৰলৈ ডাঙৰ আঘাত ট্ৰাম্পৰ! আমেৰিকাৰ সাহায্য লাভৰ পথ বন্ধ
Share on FacebookShare on TwitterWhatsApp

ঢাকাত বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক বাসগৃহ ভাঙি পেলোৱাৰ ঘটনাক ভাৰতে গৰিহণা দিয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাংলাদেশে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনাক দেশৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি ভাৰতৰ মন্তব্য অপ্ৰত্যাশিত আৰু অনুচিত বুলি উল্লেখ কৰে।

৫ ফেব্ৰুৱাৰীত নিশা ঢাকাৰ ৩২ নং ধনমণ্ডিত শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পৰাই এই বিতৰ্কৰ আৰম্ভ হয়।এই গৃহ বাংলাদেশৰ মুক্তিযুদ্ধৰ প্ৰতীক আছিল, য’ৰ পৰা ১৯৭১ চনত শ্বেখ মুজিবুৰে পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীন ঘোষণা কৰিছিল। পিছলৈ এক কীৰ্তিচিহ্নলৈ ৰূপান্তৰিত কৰা হয়।

ভাৰতে এই কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াক “বৰ্বৰতাৰ কাম” বুলি অভিহিত কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, শ্বেখ মুজিবুৰ ৰহমানৰ এই ঐতিহাসিক বাসগৃহ বাংলাদেশৰ জনসাধাৰণৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক আছিল আৰু ইয়াৰ ধ্বংস অতি মৰ্মান্তিক।

কিন্তু বাংলাদেশ চৰকাৰে ভাৰতৰ এই মন্তব্যক আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ ৰফিকুল আলমে কয় যে,  ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য বাংলাদেশৰ আভ্যন্তৰীণ পৰিক্ৰমাৰ সৈতে জড়িত আৰু ই অনুচিত। তেওঁলোকে আশা কৰে যে বাংলাদেশৰ এই আভ্যন্তৰীণ পৰিক্ৰমাত আন দেশে যাতে হস্তক্ষেপ নকৰে।

ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰেও শ্বেখ হাছিনাৰ ভাষণ সন্দৰ্ভত ভাৰতৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে মন্তব্যই ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি বাংলাদেশে সকীয়াই দিছিল। বৰ্তমান বিতৰ্কৰ মাজতে দুয়োখন দেশৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ বাংলাদেশৰ জাতীয় চেতনা আৰু স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে পৰিগণিত হৈছে। ইয়াৰ ধ্বংসৰ ঘটনা কেৱল বাংলাদেশৰ ভিতৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চিন্তনীয় বিষয় হৈ পৰিছে। ১৯৭১ চনৰ বাংলাদেশ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতে ৰাজহুৱাভাৱে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। কিন্তু বাংলাদেশ চৰকাৰৰ মতে এয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ আভ্যন্তৰীণ বিষয় আৰু এই কাৰ্যত বাহিৰৰ দেশৰ হস্তক্ষেপ অনুচিত।

Tags: BangladeshMuhammad YunusSheikh Hasina

Related Posts

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি
Top News

March 24, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 24, 2026
ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

March 23, 2026

শীৰ্ষ সংবাদ

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025