• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Uncategorized

      ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ হামাছৰ, পণবন্দীক মুকলি কৰি দিয়াত নিষেধাজ্ঞা

      Nation NE by Nation NE
      February 11, 2025
      in Uncategorized
      0 0
      ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ! কোনে উত্থাপন কৰিছে এই অভিযোগ?
      Share on FacebookShare on TwitterWhatsApp

      যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰি গাজাত পৰৱৰ্তী পণবন্দী মুক্তিৰ ক্ষেত্ৰত ইজৰাইলে বাধা আৰোপ কৰিছে বুলি অভিযোগ উত্থাপন কৰে হামাছে। হামাছৰ সামৰিক শাখাৰ মুখপাত্ৰ আবু উবাইদাই কয় যে, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া পণবন্দীক মুক্তিৰ সময়ত পলম হ’ব। তেওঁলোকে কয় যে, ইজৰাইলে যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰিছে।

      হামাছৰ এই ঘোষণাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, হামাছে পৰৱৰ্তী সময়ত পণবন্দীসকলক মুকলি কৰি দিয়াত পলম কৰাত যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰিছে।

      গাজাৰ প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ আৰু ইজৰাইল সম্প্ৰদায়ৰ জনসাধাৰণক সুৰক্ষা দিবলৈ ইজৰাইলী সেনাক নিৰ্দেশ দিছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।

      হামাছৰ সামৰিক শাখাৰ মুখপাত্ৰ আবু উবাইদাই কয় যে, ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ পিছতো ইজৰাইলে উত্তৰ গাজাত স্থানচ্যুত পেলেষ্টাইনীসকলক ঘূৰি আহিবলৈ দিয়াত পলম কৰিছে, গাজাত সামৰিক আক্ৰমণ চলাইছে আৰু গাজাবাসীক লক্ষ্য কৰি লৈছে। লগতে সাহায্য সামগ্ৰীৰ যোগান অঞ্চলটোত প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

      তেওঁ কয় যে, বিগত তিনি সপ্তাহ ধৰি যুদ্ধবিৰতি বহুলাংশে চলি আহিছে, যদিও ইজৰাইলৰ গুলীত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে৷

      ১৯ জানুৱাৰীৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত হামাছে প্ৰথম পৰ্যায়ত ৩৩ জন পণবন্দীক মুকলি কৰি দিয়ে। বিনিময়ত ইজৰাইলে মাৰাত্মক আক্ৰমণৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকাসকলৰ পৰা আৰম্ভ কৰি যুদ্ধৰ সময়ত আটক কৰি বিনা অভিযোগত ৰখা পেলেষ্টাইনীলৈকে শ শ বন্দী আৰু বন্দীক মুকলি কৰি দিয়ে।

      বিগত মাহত কাটাৰত স্বাক্ষৰিত চুক্তিৰ অধীনত সোমবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ আলোচনা আৰম্ভ হ’বলগীয়া আছিল। ইয়াৰ পূৰ্বে সোমবাৰে হামাছ পৰিচালিত গাজা চৰকাৰৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে কয় যে, ইজৰাইলে যুদ্ধবিৰতি চুক্তিৰ অধীনত আশ্ৰয় শিবিৰৰ সামগ্ৰী প্ৰৱেশৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে।

      অৱশ্যে ইজৰাইলে এই অভিযোগক মিছা আখ্যা দি নাকচ কৰিছে। লগতে হামাছ আৰু ইজৰাইলৰ চুক্তিখনৰ প্ৰথম পৰ্যায়ৰ সময়ত চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কাৰ্যকৰী হ’বলৈ ১৫ মাহতকৈ অধিক সময় লোৱা যুদ্ধবিৰতি স্থায়ী হ’ব নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।

      Tags: GAZAHamasIsrael

      Related Posts

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ
      Uncategorized

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      June 7, 2025
      বেলুচিস্তান এতিয়া আৰু পাকিস্তানৰ অংশ নহয় : বেলুচ নেতাৰ ডাঙৰ দাবী
      Uncategorized

      বেলুচিস্তান এতিয়া আৰু পাকিস্তানৰ অংশ নহয় : বেলুচ নেতাৰ ডাঙৰ দাবী

      May 14, 2025
      উত্তাৰখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ গৰাকী লোকৰ মৃত্যু, ২ জন আহত
      Uncategorized

      উত্তাৰখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ গৰাকী লোকৰ মৃত্যু, ২ জন আহত

      May 8, 2025
      ঠাণ্ডা পানীয়ে কিদৰে আপোনাৰ স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে, জানক ইয়াৰ পাৰ্শ্বক্ৰিয়া
      Top News

      ঠাণ্ডা পানীয়ে কিদৰে আপোনাৰ স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে, জানক ইয়াৰ পাৰ্শ্বক্ৰিয়া

      April 28, 2025
      আৰম্ভ হ’ল পৱিত্ৰ ৰমজান, মুছলমান কর্মচাৰীলৈ ৰমজান উপহাৰ!
      Uncategorized

      পৱিত্ৰ ৰমজানৰ তৃতীয় ৰোজা দয়া আৰু সকাহৰ প্ৰতীক

      March 4, 2025
      বিপদ বাঢ়িল USTM-ৰ স্বত্বাধিকাৰীৰ! উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত হৈছে?
      Uncategorized

      বিপদ বাঢ়িল USTM-ৰ স্বত্বাধিকাৰীৰ! উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত হৈছে?

      February 22, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP