• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

আই পি এল ২০২৫ৰ পূৰ্বে গুজৰাট টাইটানছে পাব নতুন মালিক

Nation NE by Nation NE
February 11, 2025
in ক্ৰীড়া, Top News
0 0
আই পি এল ২০২৫ৰ পূৰ্বে গুজৰাট টাইটানছে পাব নতুন মালিক
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ পূৰ্বে এটা ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে। আই পি এলত আত্মপ্ৰকাশ কৰিয়েই অৰ্থাত ২০২২ চনত চেম্পিয়ন হোৱা গুজৰাট টাইটানছৰ দলটোৱে নতুন মালিক লাভ কৰিব।

আহমেদাবাদস্থিত টৰেণ্ট গ্ৰুপে এতিয়া এই ফ্ৰেঞ্চাইজিৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তেওঁ দলটোৰ ৬৭ শতাংশ অংশীদাৰিত্ব চিভিচি কেপিটেল পাৰ্টনাৰ্ছ (ইৰেলিয়া কোম্পানী প্ৰাইভেট লিমিটেড)ৰ পৰা ক্ৰয় কৰিব। ২০২১ চনত চিভিচি কেপিটেলে দলটো ক্ৰয় কৰিছিল।

অৱশ্যে এতিয়াও আই পি এল গভৰ্নিং কাউন্সিলৰ পৰা সেউজ সংকেত পোৱা নাই আৰু টৰেণ্ট গ্ৰুপে ইয়াৰ বাবে অপেক্ষা কৰি আছে। আগন্তুক ছিজনৰ পূৰ্বে টৰেণ্ট গ্ৰুপক নিয়ন্ত্ৰণ ল’বলৈ দিয়া হ’ব পাৰে।

উল্লেখ্য যে, ২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ২০২৪ চনত গুজৰাট টাইটানছৰ দলে অধিনায়ক সলনি কৰিছিল। ইয়াৰ পূৰ্বে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলৰ চেম্পিয়ন হোৱাৰ পিছত পুনৰ মুম্বাই ইণ্ডিয়ানছৰ সৈতে যোগদান কৰিছিল। এতিয়া মাত্ৰ এবছৰৰ পিছত ফ্ৰেঞ্চাইজিটোৱে নতুন মালিক পাব।

Tags: Gujarat TitansIPL

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025