• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

একেলগে বিয়াত বহিল ২৫৫ গৰাকীকৈ দৰা-কইনা, বিয়া নামেৰে মুখৰিত হৈ পৰে ৰভাতলি

Nation NE by Nation NE
February 13, 2025
in Top News, অসম
0 0
একেলগে বিয়াত বহিল ২৫৫ গৰাকীকৈ দৰা-কইনা, বিয়া নামেৰে মুখৰিত হৈ পৰে ৰভাতলি
Share on FacebookShare on TwitterWhatsApp

এজন-দুজন নহয়, একেলগে বিয়াত বহিল তিনিচুকীয়াৰ ২৫৫ গৰাকীকৈ দৰা-কইনাই। এখন ৰভাৰ তলতেই ২৫৫ গৰাকী দৰা-কইনাই অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে নতুন জীৱন।

চাৰিওফালে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। বিয়া নামেৰে মুখৰিত হৈ পৰে ৰভাতলি।

তিনিচুকীয়াৰ ঐতিহাসিক শিৱধামৰ চৌহদত আয়োজন কৰা হয় ২৫৫ দম্পতীৰ এই সামূহিক বিবাহ অনুষ্ঠান।

উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থান, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই বিবাহ অনুষ্ঠান।

সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সম্পন্ন কৰা হয় এই ২৫৫ গৰাকী দৰা-কইনাক বিবাহকাৰ্য।এই বিবাহ অনুষ্ঠান উপলক্ষে পুৱাৰ ভাগত দেৱী পুখুৰীৰ পৰা এক বিশাল কলহ যাত্ৰাৰে চহৰ পৰিভ্ৰমণ কৰাৰ পাছত মুখ্যস্থান শিৱধামত সমাপ্ত হয়।বিবাহ অনুষ্ঠানত উপস্থিত হয় কেইবা শতাধিক লোক। অঞ্চলটোৰ ৰাইজৰ উপস্থিতিয়ে ৰজনজনাই তুলে ৰভাতলি।

আচলতে বহু সময়ত আৰ্থিক অসুবিধাৰ বাবে বহু লোকে বিবাহৰ নীতি-নিয়ম পালন কৰিব নোৱাৰে। গতিকে তেনে লোকসকলৰ কথা চিন্তা কৰিয়েই এই সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়৷

Tags: #AssammarriageTinsukia

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025