Thursday, May 14, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Language -
অসমীয়া
  • English
Nation NE

Nation NE

ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ

ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ

ভাৰত বনাম ইংলেণ্ড টেষ্ট ছিৰিজ ২০২৫ত দুয়োটা দলে মুঠ ২১টা শতক অৰ্জন কৰা হৈছে।শ্বুভমান গিল আছিল সৰ্বাধিক শতক অৰ্জন কৰা...

৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি

৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি

ৰাছিয়াক পুনৰ আন এটা ভয়ংকৰ ভূমিকম্পই জোঁকাৰি যায়। কুৰিল দ্বীপসংলগ্ন এলেকাত ৭ প্ৰাৱল্যৰ ভূমিকম্প অনুভূত হয়। অৱশ্যে যথেষ্ট পৰিমাণে কম্পন...

বিশ্বৰ বিজ্ঞানত অসম সন্তানৰ সাফল্য, জটিল ৰোগৰ কোষ ধ্বংসকাৰী প্ৰ’টিন অনু সন্দৰ্ভত গৱেষণা…

বিশ্বৰ বিজ্ঞানত অসম সন্তানৰ সাফল্য, জটিল ৰোগৰ কোষ ধ্বংসকাৰী প্ৰ’টিন অনু সন্দৰ্ভত গৱেষণা…

বিশ্বৰ বিজ্ঞান জগতত অসমীয়াগিৰি। কাকপথাৰৰ কৈলাশপুৰৰ সন্তান, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ ৰুবুল মাউতৰ এখন গৱেষণা পত্ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গৱেষণা...

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

ভাৰতক লৈ বিৰক্ত ট্ৰাম্পৰ বিশেষ ব্যক্তি! যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ, ১০০ শতাংশ শুল্কৰ ভাবুকি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ উপদেষ্টা এজনে ভাৰতৰ ওপৰত ক্ষোভিত হৈছে। তেওঁ কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা...

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা...

বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

অগ্ৰগামী বিটিআৰৰ সংকল্পৰে বিজেপিৰ ওদাগুৰি জিলাই আয়োজন কৰা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সভাত...

মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

সতনা আৰক্ষীয়ে ১ আগষ্টত এগৰাকী মহিলা শিক্ষয়িত্ৰীৰে সৈতে অপকৰ্ম সংঘটিত কৰি তেওঁৰ বিবাহৰ পিছত তেওঁৰ আপত্তিজনক ছবি ভাইৰেল কৰাৰ অভিযোগত...

নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

ক’ৰোনাৰ নমুনা সংগ্ৰহৰ বাবে গ্ৰহণ কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কয় যে সমগ্ৰ...

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকছ (বিএলএছ)ৰ আয়ুক্ত এৰিকা মেকএণ্টাইৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে...

ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

চলিত বৰ্ষৰ শেষৰ ফালে প্ৰচাৰমূলক ভ্ৰমণৰ বাবে ভাৰতলৈ আহিব কিম্বদন্তী ফুটবলাৰ লিঅ’নেল মেছি। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে এই ভ্ৰমণৰ সময়তে ভাৰতীয়...

Page 173 of 552 1 172 173 174 552

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist