Friday, February 13, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Language -
অসমীয়া
  • English
Nation NE

Nation NE

৬০ বছৰীয়া দৰা আৰু ২০ বছৰীয়া কইনা, ছ’চিয়েল মিডিয়াত এটি ভিডিঅ’ই সৃষ্টি কৰিছে খলকনিৰ

মুছলমানে ৪বাৰকৈ বিবাহ-পাশত আৱদ্ধ হোৱাত নিষেধাজ্ঞা!

বৰ্তমান ৰাছিয়াত মুছলমানলোকৰ মাজত বহুবিবাহৰ বিষয়টো এক চৰ্চিত বিষয় হৈ পৰিছে। ইয়াৰ সৰ্ববৃহৎ মুছলমান সংগঠনটোৱে মুছলমানক একাধিক পত্নী ৰখাৰ ফতোৱা...

ইতিবাচক চিন্তাৰে ২০২৫ত আপোনাৰ জীৱনটো আৰম্ভ কৰক নতুনকৈ

ইতিবাচক চিন্তাৰে ২০২৫ত আপোনাৰ জীৱনটো আৰম্ভ কৰক নতুনকৈ

চিন্তা কৰাটো প্ৰতিগৰাকী ব্যক্তিৰে স্বাভাৱিক প্ৰক্ৰিয়া। যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব লাগে। কিন্তু কেতিয়াবা কিসঠিক দিশটো বুজি লোৱাৰ সলনি,...

বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক

আজি পৱিত্ৰ বৰদিন, ৰাজ্যৰ প্ৰতিটো গীৰ্জাঘৰ মুখৰিত হৈ উঠিছে কেৰ’ল ধ্বনিৰে

আজি ২৫ ডিচেম্বৰ। আজিৰ এই পৱিত্ৰ দিনটোতে বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰে বৰদিন উৎসৱ। এই উৎসৱ...

দিল্লী বিধানসভা নিৰ্বাচনত AAP-ৰ মূৰৰ কামোৰণি হ’ব পাৰে নীতিশ-চিৰাগৰ যুটী!

দিল্লী বিধানসভা নিৰ্বাচনত AAP-ৰ মূৰৰ কামোৰণি হ’ব পাৰে নীতিশ-চিৰাগৰ যুটী!

অহা বছৰ দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। ইতিমধ্যে তিনিটা ডাঙৰ দল বিজেপি, কংগ্ৰেছ...

অসম্ভৱক সম্ভৱ কৰিলে ৰিবুল আমিনে; মাত্ৰ ৬ মাহতেই মুখস্থ কৰিলে কোৰাণ

অসম্ভৱক সম্ভৱ কৰিলে ৰিবুল আমিনে; মাত্ৰ ৬ মাহতেই মুখস্থ কৰিলে কোৰাণ

অসম্ভৱকো সম্ভৱ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিলে এগৰাকী মাদ্ৰাছাৰ মেধাৱী ছাত্ৰই। ৬ মাহতেই পৱিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰি ইছলাম ধৰ্মাৱলম্বী...

জম্মু-কাশ্মীৰত শোকাৱহ পথ দুৰ্ঘটনা; ৫জন সেনা জোৱান নিহত, ১০ জনৰো অধিক আহত

জম্মু-কাশ্মীৰত শোকাৱহ পথ দুৰ্ঘটনা; ৫জন সেনা জোৱান নিহত, ১০ জনৰো অধিক আহত

মঙলবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এখন সেনাৰ বাহন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত ৫ জন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ৰো অধিক জোৱান...

আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

প্ৰকাশ পালে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সম্পূৰ্ণ সূচী। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ। প্ৰতিযোগিতাখনৰ...

তুৰ্কীৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১২ জন লোকৰ মৃত্যু, ৪ জন আহত

তুৰ্কীৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১২ জন লোকৰ মৃত্যু, ৪ জন আহত

তুৰ্কীৰ এটা কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে...

খেল ৰত্নৰ বাবে আশাবাদী আছিলো… পেৰিছ অলিম্পিকত দুটা পদক পোৱা মনু ভাকৰৰ মনৰ দুখ..

খেল ৰত্নৰ বাবে আশাবাদী আছিলো… পেৰিছ অলিম্পিকত দুটা পদক পোৱা মনু ভাকৰৰ মনৰ দুখ..

পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰা মনু ভাকৰে লাভ কৰিবনে খেল ৰত্ন বঁটা? ক্ৰীড়া মন্ত্ৰালয়ৰ তালিকাত ভাকৰৰ...

Page 330 of 506 1 329 330 331 506

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist