• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিবাচক চিন্তাৰে ২০২৫ত আপোনাৰ জীৱনটো আৰম্ভ কৰক নতুনকৈ

Nation NE by Nation NE
December 25, 2024
in Top News, বিনোদন
0 0
ইতিবাচক চিন্তাৰে ২০২৫ত আপোনাৰ জীৱনটো আৰম্ভ কৰক নতুনকৈ
Share on FacebookShare on TwitterWhatsApp

চিন্তা কৰাটো প্ৰতিগৰাকী ব্যক্তিৰে স্বাভাৱিক প্ৰক্ৰিয়া। যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব লাগে। কিন্তু কেতিয়াবা কিসঠিক দিশটো বুজি লোৱাৰ সলনি, যেতিয়া ইতিবাচক চিন্তাৰ সলনি নেতিবাচক চিন্তা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সকলো কথাতে নেতিবাচক চিন্তাবোৰ মনলৈ আহে, ই স্বাস্থ্যৰ পক্ষেও অত্যন্ত ক্ষতিকাৰক।

নেতিবাচক চিন্তাৰ বাবে মানসিক চাপ বৃদ্ধি হয় আৰু প্ৰতিযোগিতাৰে ভৰা এই জীৱনত ব্যক্তিগত-পেছাদাৰী ভাৰসাম্য ৰক্ষা কৰি থাঁকোতে মানুহ ইমানেই চিন্তিত হৈ পৰে যে, সকলো কথাতে অতিমাত্ৰা চিন্তা বাঢ়িবলৈ আৰম্ভ হয়। প্ৰতিযোগিতাত আগবাঢ়ি যাবলৈয়ে হওক বা ব্যক্তিগত জীৱনত সুখী হ’বলৈয়ে হওক, আমাৰ মনটো শান্ত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

সুস্থ হৈ থাকিবলৈও মানসিক শান্তিৰ প্ৰয়োজন। মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ যত্ন লোৱা নহ’লে, ই এক গুৰুতৰ সমস্যালৈ পৰিণত হ’ব পাৰে। ২০২৪ চনটো শেষ হ’বলৈ ওলাইছে। নতুন বছৰত নেতিবাচক চিন্তা এৰি নতুন বছৰত নতুনকৈ জীৱনত আৰম্ভ কৰা উচিত।

যিকোনো কাম সঠিকভাৱে কৰিবলৈ হ’লে চিন্তা কৰাটো প্ৰয়োজনীয়, তেতিয়াহে আমি ইয়াক এটা সঠিক ৰূপৰেখা দিব পাৰো আৰু কামটোত সফল হ’বলৈ পৰিকল্পনা কৰিব পাৰো।

  • নেতিবাচক চিন্তা কমাবলৈ প্ৰথমে আমাৰ লগত কিয় এনেকুৱা হয়, সেইটো জনাটো গুৰুত্বপূৰ্ণ। আমি নিজৰ প্ৰতি নেতিবাচক অভিজ্ঞতা হৈছে নেকি, সেয়া বিচাৰ কৰি চাব লাগে। যেতিয়া আমি এই কথা ভালদৰে অনুধাৱন কৰিব পাৰিম, তেতিয়া নেতিবাচক চিন্তাধাৰাও হ্ৰাস কৰাত সঠিক পদক্ষেপ ল’ব পাৰিম।
  • যদি আমাৰ মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা আহে, তেন্তে আমাৰ মনে বিচৰা কোনো ব্যক্তি অৰ্থাৎ যিয়ে আমাক ভালদৰে বুজি পায়, তেওঁৰ লগত সেই কথা শ্বেয়াৰ কৰা উচিত। যিয়ে আমাক এই সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে।
  • নেতিবাচক চিন্তা কম কৰিবলৈ হ’লে মানসিকভাৱে তথা শাৰীৰিকভাৱে সুস্থ আৰু ফিট হৈ থকাটো অতি প্ৰয়োজনীয়। মানসিক শান্তিৰ বাবে প্ৰতিদিনে পুৱা কিছু সময়ৰ বাবে প্ৰাণায়াম আৰু ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলা উচিত। ইয়াৰ উপৰিও যোগাসন কৰিব পাৰি, যিয়ে মানসিক চাপৰ পৰা উপশম কৰে। ইয়াৰ ফলত মনোযোগ বৃদ্ধি পোৱাৰ লগতে শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব পাৰি।
  • যদি আমি নিজৰ প্ৰতি নেতিবাচক হৈ পৰো, তেতিয়াই ইতিবাচক চিন্তাৰ বাবে কিছু অনুশীলন কৰা উচিত। যেনে প্ৰতিদিনে কমেও ১০ মিনিটৰ বাবে দাপোনৰ সন্মুখত কথা কোৱা, মই শ্ৰেষ্ঠ, এই কামটো কৰিব পাৰিম, সকলো ইতিবাচক হ’ব আদি। ইয়াৰ উপৰিও মন শিথিল কৰা সংগীত শুনব লাগে।
  • বৰ্তমান সময়ত সৰহসংখ্যক লোকে অকলে থাকি আৰু আজৰি সময় পালে নেতিবাচক চিন্তা কৰে। এনে পৰিস্থিতিত নিজকে ব্যস্ত কৰি ৰখাৰ অতি প্ৰয়োজন। ইয়াৰ অৰ্থ এইটো নহয় যে, আমি লগে লগে কাম আৰম্ভ কৰিব লাগে, ইয়াৰ ফলত মানসিক চাপ আৰু অধিক বৃদ্ধি পাব পাৰি। আজৰি সময়ত নিজৰ পছন্দৰ নতুন কিবা এটা শিকিব লাগে।
  • যদি আমি ব্যক্তিগত আৰু পেছাদাৰী জীৱন পৰিচালনা কৰাৰ সময়ত বহুত মানসিক চাপৰ সন্মুখীন হও আৰু ইয়াৰ বাবেই আপুনি নেতিবাচক চিন্তা কৰিবলৈ আৰম্ভ কৰে, তেন্তে আমাক এটা বিৰতিৰ এতি প্ৰয়োজন। ইয়াৰ বাবে আমি এনে এখন ঠাইলৈ যাব পাৰো, য’ত সেউজীয়া পৰিৱেশ বিৰাজমান আৰু য’ত শান্তি আৰু সুস্থতাৰে সকলো কাম-কাজ পৰিচালনা কৰা হয়।
Tags: LifestylePositive Thoughtspositivenews

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025