Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English
Nation NE

Nation NE

বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

ছ’চিয়েল মিডিয়াত ফটো আপলোড দিয়াৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ হ’ল এগৰাকী তৃতীয় লিংগৰ ছাত্ৰী। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষই বহিষ্কাৰ...

ধাৰাসাৰ বৰষুণৰ পিছতেই খহি পৰিল তিনিমহলীয়া অট্টালিকা; তিনিজনৰ মৃত্যু

ধাৰাসাৰ বৰষুণৰ পিছতেই খহি পৰিল তিনিমহলীয়া অট্টালিকা; তিনিজনৰ মৃত্যু

দেওবাৰে ৰাতিপুৱা ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওঘৰ নগৰ থানা এলেকাৰ সীতা হোটেলৰ সমীপৰ এটা তিনি মহলীয়া অট্টালিকা...

সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত শ্বহীদ জোৱান, মাত্ৰ এবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত শ্বহীদ জোৱান, মাত্ৰ এবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ দুটা ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। ইয়াৰ পিছতে ভাৰতীয় সেনাই চলোৱা...

প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিন;  মাহীৰ বিষয়ে জানক পূৰ্বতে নজনা কিছু কথা

প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিন;  মাহীৰ বিষয়ে জানক পূৰ্বতে নজনা কিছু কথা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি ৪৩ সংখ্যক জন্মদিন। ১৯৮১ চনৰ ৭ জুলাইত ৰাঁচীত জন্মগ্ৰহণ কৰিছিল মহেন্দ্ৰ...

ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন; অভিনয়ৰ পূ্ৰ্বে ৰেষ্টুৰেন্টত কাম কৰিছিল ৰণবীৰ

ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন; অভিনয়ৰ পূ্ৰ্বে ৰেষ্টুৰেন্টত কাম কৰিছিল ৰণবীৰ

আজি বলীউদৰ জনপ্ৰিয় তাৰকা ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন। ১৯৮৫ চনৰ ৬ জুলাইত মুম্বাইত জন্মলাভ কৰিছিল ৰণবীৰ সিঙে। জন্মদিনৰ প্ৰাকক্ষণত...

নীলা জাৰ্চিৰ সপোন পূৰণ ৰিয়ানৰ; পিতৃ পৰাগ দাসে পিন্ধালে ভাৰতীয় কেপ

নীলা জাৰ্চিৰ সপোন পূৰণ ৰিয়ানৰ; পিতৃ পৰাগ দাসে পিন্ধালে ভাৰতীয় কেপ

আজিৰ পৰা আৰম্ভ হ’ল ভাৰত আৰু জিম্বাব’ৱেৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা। হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন মেচত...

২০২৪-২৫ বৰ্ষৰ বাজেটৰ দিন ঘোষণা; বৃদ্ধি হ’ব কিষাণ কিস্তিৰ পৰিমাণ!

২০২৪-২৫ বৰ্ষৰ বাজেটৰ দিন ঘোষণা; বৃদ্ধি হ’ব কিষাণ কিস্তিৰ পৰিমাণ!

২২ জুলাইৰ ১২ আগষ্টলৈ চলিব সংসদৰ নতুন অধিৱেশন (সংসদ বাজেট অধিবেশন)। এক্সযোগে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই তথ্য...

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ লগতে নামনিৰ ৩০...

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

১০ বছৰীয়া বিবাদ নিষ্পত্তিৰ বাবে আজি প্ৰথমবাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মাজত বৈঠক অনুষ্ঠিত...

Page 485 of 501 1 484 485 486 501

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist