• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিন;  মাহীৰ বিষয়ে জানক পূৰ্বতে নজনা কিছু কথা

Nation NE by Nation NE
July 7, 2024
in ক্ৰীড়া
0 0
প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিন;  মাহীৰ বিষয়ে জানক পূৰ্বতে নজনা কিছু কথা
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি ৪৩ সংখ্যক জন্মদিন। ১৯৮১ চনৰ ৭ জুলাইত ৰাঁচীত জন্মগ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। প্ৰাক্তন অধিনায়কগৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচায় তুলিছে অনুৰাগীয়ে। দেশজুৰি ধুমধামে পালন কৰা হৈছে ধোনীৰ জন্মদিন।

প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা-

অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীঃ

ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়কৰ ভিতৰত মহেন্দ্ৰ সিং ধোনীৰ নামটো প্ৰথমে আহে। কিয়নো ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে। তদুপৰি ধোনীৰ নেতৃত্বতে ২০১৩ চনত ভাৰতে জয়ী হৈছিল চেম্পিয়নছ ট্ৰফী। বৰ্তমানলৈ ভাৰতে দুবাৰ টি-২০ আৰু দুবাৰ এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে। ধোনীৰ উপৰি বিশ্বকাপ জয়ী হোৱা ভাৰতীয় অধিনায়ক হৈছে কপিল দেৱ আৰু ৰোহিত শৰ্মা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে ধোনীঃ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ধোনী এজন সফল খেলুৱৈ। তেওঁ ভাৰতৰ হৈ মুঠ ৫৩৮ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ সক্ষম হৈছিল। তেওঁ ভৰতৰ হৈ ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০ মেচ খেলিছিল। মাহীয়ে টেষ্ট ক্ৰিকেটৰ ১৪৪ টা ইনিংছত ৩৮.০৯ গড়ে ৪৮৭৬ ৰান, এদিনীয়াৰ ২৯৭ টা ইনিংছত ৫০.৬ গড়ে ১২৩০৩ ৰান আৰু টি-২০ ক্ৰিকেটত ৮৫টা ইনিংছত ৩৭.৬ গড়ে ১৬১৭ ৰান সংগ্ৰহ কৰিছবলৈ সক্ষম হৈছিল।

আইপিএল খেলুৱৈ হিচাপে ধোনীঃ

চেন্নাই ছুপাৰ কিংছে আইপিএল ২০০৮ ত মহেন্দ্ৰ সিং ধোনীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। ধোনীৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংছে ৫ বাৰকৈ আইপিএল ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১০ চনত প্ৰথমবাৰ চেম্পিয়ন হৈছিল চেন্নাই ছুপাৰ কিংছে। সমান্তৰালকৈ ২০১১, ২০১৮,২০২১ আৰু ২০২৩ চনত চেম্পিয়ন হৈছিল চেন্নাই ছুপাৰ কিংছ।

আনহাতে, মহেন্দ্ৰ সিং ধোনীয়ে শতক অৰ্জন নকৰাকৈ আই পি এল ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে। তেওঁ এতিয়ালৈকে আই পি এলত মুঠ ২৬৪ খন মেচ খেলিছে, য’ত তেওঁ ২২৯ টা ইনিংছত বেটিং কৰিছিল।

এই সময়ছোৱাত  মাহীয়ে ১৩৭.৫৩ ষ্ট্ৰাইক ৰেটত ৫২৪৩ ৰান সংগ্ৰহ কৰিছে। মাহীৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ হৈছে ৮৪ ৰান। ধোনীয়ে এটাও শতক অৰ্জন কৰা নাছিল  কিন্তু তেওঁ আইপিএলত তেওঁৰ নামত আছে ২৪ টা অৰ্ধশতক।

Tags: #BCCIBirthdayMS Dhoni

Related Posts

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল
Top News

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

March 25, 2026
IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
ক্ৰীড়া

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য

March 16, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026
T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ;  জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…
Top News

T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ; জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

March 7, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025