• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 13, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

    ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

    অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া

    BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

    দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

    দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

    মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

    মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো আপোনাৰ বাবে শুভনে? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

    আজি নিশা ১২ বজাৰ ভিতৰত ৰায় দিলেহে হ’ব পঞ্চায়ত নিৰ্বাচন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    শীঘ্ৰে ৪৫০০ পদৰ বাবে নিযুক্তি ৰাজ্য চৰকাৰৰ

    শীঘ্ৰে ৪৫০০ পদৰ বাবে নিযুক্তি ৰাজ্য চৰকাৰৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home BIG BREAKING

      APSC ৰ আৰ্হিত অনুষ্ঠিত নহয় ADRE, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত চাকৰি প্ৰত্যাশী

      Nation NE by Nation NE
      July 11, 2024
      in BIG BREAKING, Top News, অসম
      0 0
      APSC ৰ আৰ্হিত অনুষ্ঠিত নহয় ADRE, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত চাকৰি প্ৰত্যাশী

      মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

      Share on FacebookShare on TwitterWhatsApp

      অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ আৰ্হিতে অনুষ্ঠিত হ’ব পৰীক্ষা। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

      মুখ্যমন্ত্ৰীয়ে কয়, ‘পৰীক্ষালৈ দুমাহ থকাৰ পূৰ্বে পৰীক্ষাৰ আৰ্হি সলনি কৰাটো ভাল নহ’ব। যাৰ বাবে চৰকাৰে বিষয়টো পুনৰ বিবেচনা কৰি সিদ্ধান্ত ৰাইজক অৱগত কৰিব।’

      ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা সামাজিক মাধ্যমত লাইভযোগে এই কথা অৱগত কৰে।

      পূৰ্বতে অসম লোকসেৱা আয়োগৰ প্ৰৱেশ পৰীক্ষা, মূল পৰীক্ষা আৰু সাক্ষাৎকাৰৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। বহুলোকে হঠাৎ পৰীক্ষাৰ আৰ্হি সলনি কৰাক লৈ চৰকাৰক সমালোচনা কৰিছিল।

      ৰাইজৰ পৰামৰ্শৰ প্ৰতি সহাৰি জনাই বিষয়টো পুনৰ বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। ইফালে, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে চাকৰি প্ৰত্যাশীসকল।

      উল্লেখ্য যে, ১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা। একেদৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা।

      Tags: #AssamADREAssam GovtHimanta Biswa Sarma

      Related Posts

      ১৪৪ বছৰ অপেক্ষাৰ অন্তত আজিৰে পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা
      Top News

      ১৪৪ বছৰ অপেক্ষাৰ অন্তত আজিৰে পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা

      January 13, 2025
      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা
      Top News

      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

      January 13, 2025
      অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া
      Top News

      BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

      January 12, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

      January 12, 2025
      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই
      Top News

      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই

      January 11, 2025
      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল
      Top News

      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

      January 11, 2025

      শীৰ্ষ সংবাদ

      ১৪৪ বছৰ অপেক্ষাৰ অন্তত আজিৰে পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা

      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

      BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

      ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই

      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -

        No Result
        View All Result
        • অসম
        • উত্তৰ পূৱ
        • ৰাষ্ট্ৰীয়
        • আন্তঃ ৰাষ্ট্ৰীয়
        • বিনোদন
        • ক্ৰীড়া
        • ভিডিও

        © 2024 | Created and maintained by - Provibe Media LLP