• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

RSSৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাটো ভুল আছিল : কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গে

Nation NE by Nation NE
July 1, 2025
in BIG BREAKING, Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
RSSৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাটো ভুল আছিল : কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গে

প্ৰিয়াংক খাৰ্গে

Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকত শাসকীয় কংগ্ৰেছ দল আৰু প্ৰধান বিৰোধী দল বিজেপিৰ মাজত বৃদ্ধি পাইছে বোকা ছটিওৱাৰ ৰাজনীতি। ৰাজ্যখনৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছক নিষিদ্ধ কৰিব লাগে বুলি কৰা মন্তব্যই দুয়োটা দলৰ মাজত বৃদ্ধি পোৱা বিতৰ্কক অধিক মাত্ৰা প্ৰদান কৰিছে।

খাৰ্গেই পুনৰবাৰ কয় যে আৰ এছ এছৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাটো ভুল আছিল। তেওঁ লগতে আৰ এছ এছক ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদৰ বিৰোধী বুলিও অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে কংগ্ৰেছে ইয়াৰ পূৰ্বে দুবাৰকৈ আৰ এছ এছত নিষেধাজ্ঞা আৰোপ কৰিছিল, আৰু তেওঁলোকে এই নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে অনুশোচনা কৰিছে।

মঙলবাৰে মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কয়, ‘বিজেপিয়ে প্ৰথমে সংবিধানখন চাব লাগে, য’ত ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ আছে। প্ৰথমে ইয়াৰ পৰা ধৰ্মনিৰপেক্ষতা আঁতৰাব লাগে আৰু তাৰ পিছত সংবিধানৰ কথা হ’ব লাগে। সংবিধানৰ প্ৰতি এলাৰ্জী আছে আৰ এছ এছৰ, বাবা চাহেব ভীমৰাও আম্বেদকাৰে সংবিধান সভাত ইয়াক (সংবিধান) প্ৰস্তাৱ কৰাৰ পিছৰে পৰা তেওঁলোকৰ সমস্যা হৈছে। মনুস্মৃতিৰ সৈতে প্ৰেম আছে আৰ এছ এছৰ।’

আৰ এছ এছক লক্ষ্য কৰি খাৰ্গেই পুনৰ কয়, ‘আৰ এছ এছৰ সদায় এটা জাতি, এক ধৰ্মৰ এজেণ্ডা আছিল। এইটো কোনো নতুন কথা নহয়। সংবিধানে আমাক মৰ্যাদা আৰু আত্মসন্মানৰ জীৱন দিয়ে বাবে তেওঁলোকৰ সদায় এলাৰ্জী হৈ আহিছে। ই প্ৰতিটো ধৰ্ম আৰু প্ৰতিটো জাতিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতা প্ৰদান কৰে।’

উল্লেখ্য যে, শেহতীয়াকৈ বিজেপি আৰু আৰ এছৰ একাংশ নেতাই সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দযুগল প্ৰত্যাহাৰৰ দাবী উঠোৱাৰ পিছতেই প্ৰিয়াংগ খাৰ্গেই আৰ এছ এছক নিষিদ্ধকৰণ কৰিব লাগে বুলি মন্তব্য কৰে।

Tags: #CongressBJPKarnatakaPriyank KhargeRSS

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025