• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

পুনৰ ভাৰতত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

কাঞ্চনজংঘা এক্সপ্ৰেছক খুন্দিয়ালে মালবাহী ৰে'লে, নিহত ৫

Nation NE by Nation NE
June 17, 2024
in BIG BREAKING, Top News
0 0
পুনৰ ভাৰতত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

কাঞ্চনজংঘা এক্সপ্ৰেছক খুন্দিয়ালে মালবাহী ৰে'লে, ৫জন নিহত

Share on FacebookShare on TwitterWhatsApp

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই কঁপাই গৈছে দেশ। কাঞ্চনজংঘা এক্সপ্ৰেছক পিছফালৰ পৰা প্ৰচণ্ডজোৰে খুন্দা মাৰিলে মালবাহী এখন ৰে’লে।

পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এখন মালবাহী ৰে’লে শিয়ালদহলৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছত প্ৰচণ্ডজোৰে খুন্দা মাৰে। যাৰ ফলত ৫জনকৈ লোক নিহত হোৱাৰ লগতে বহু যাত্ৰী গুৰুত্বৰভাবে আহত হৈছে। প্ৰচণ্ড খুন্দাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছৰ কেইবাটাও দবা ৰে’লৰ ছিৰিৰ পৰা বাগৰি পৰে। এইপৰ্যন্ত এই দুৰ্ঘটনাত নিহত হৈছে ৫জনকৈ লোক। ২৫জনতকৈও অধিক লোক আহত। আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। ১৩১৭৪ নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছখন আগৰতলাৰ পৰা গৈ আছিল শিয়ালদহলৈ। প্ৰশাসনৰ লোকে গেছ কাটাৰেৰে দবা কাটি উদ্ধাৰ কৰিছে যাত্ৰীসকলক। এই ভয়ংকৰ ঘটনাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে কেইটাও হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰকেইটা হৈছে 03323508794, 033-23833326.

Tags: #kanchanjanghaexpress #railaccident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025