• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা; চাৰিগৰাকীলৈ আগবঢ়োৱা হ’ল খেল ৰত্ন বঁটা

Nation NE by Nation NE
January 2, 2025
in BIG BREAKING, Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা; চাৰিগৰাকীলৈ আগবঢ়োৱা হ’ল খেল ৰত্ন বঁটা
Share on FacebookShare on TwitterWhatsApp

আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৪। দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং, পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজেতা প্ৰবীন কুমাৰ আৰু পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জনেৰে ইতিহাস ৰচা শ্বুটাৰ মনু ভাকেৰক।

অহা বৰ্ষৰ ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব।

খেলৰত্ন বঁটাৰ লগতে আন আন শাখাৰ বঁটা বিজয়ী সকলৰ নামো আজি ঘোষণা কৰা হয়। সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু যথাযথ নিৰীক্ষণৰ অন্তত চৰকাৰে অৰ্জুন বঁটাৰ বাবে সৰ্বমুঠ ৩২ গৰাকী এথলীটক বাচনি কৰে। এই তালিকাত আছে ১৭ গৰাকী পেৰা এথলীট। অৱশ্যে এইবাৰ কোনো ক্ৰিকেটাৰে কোনো ধৰণৰ বঁটা লাভ কৰা নাই।

ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰাসকলৰ নাম তলত সম্পূৰ্ণকৈ উল্লেখ কৰা হ’ল:

খেল ৰত্ন-

ডি গুকেশ (দবা), হৰমনপ্ৰীত সিং (হকী), প্ৰবীন কুমাৰ (পেৰা এথলীট), মনু ভাকৰ (শ্বুটিং)

অৰ্জুন বঁটা

জ্যোতি য়াৰাজি, অন্নু ৰাণী, নিতু ঘংঘাছ, চুইটি, বন্তিকা আগৰৱাল, ছলিমা টেটে, অভিষেক, সঞ্জয়, জৰমনপ্ৰীত সিং, সুখজীত সিং, ৰাকেশ কুমাৰ, প্ৰীতি পল, জীৱঞ্জী দীপ্তি, অজিত সিং, শচীন খিলাড়ী, ধৰ্মবীৰ, প্ৰণৱ সুৰমা, হোকাটো হোতেঝে ছেমা, সিমৰণ, নৱদীপ, নিতেশ কুমাৰ, থুলছিমতি মুৰুগেছন, নিত্য শ্ৰী সুমনি ছিৱান, মনীষা ৰামদাস, কপিল পৰমাৰ, মোনা আগৰৱাল, স্বপ্নিল সুৰেশ কুছলে, সৰৱজোত সিং, অভয় সিং, ছাজন প্ৰকাশ আৰু অমন।

Tags: Arjuna AwardD GukeshHarmanpreet SinghKhel Ratna AwardManu Bhaker

Related Posts

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025