• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা; চাৰিগৰাকীলৈ আগবঢ়োৱা হ’ল খেল ৰত্ন বঁটা

Nation NE by Nation NE
January 2, 2025
in BIG BREAKING, Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা; চাৰিগৰাকীলৈ আগবঢ়োৱা হ’ল খেল ৰত্ন বঁটা
Share on FacebookShare on TwitterWhatsApp

আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৪। দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং, পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজেতা প্ৰবীন কুমাৰ আৰু পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জনেৰে ইতিহাস ৰচা শ্বুটাৰ মনু ভাকেৰক।

অহা বৰ্ষৰ ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব।

খেলৰত্ন বঁটাৰ লগতে আন আন শাখাৰ বঁটা বিজয়ী সকলৰ নামো আজি ঘোষণা কৰা হয়। সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু যথাযথ নিৰীক্ষণৰ অন্তত চৰকাৰে অৰ্জুন বঁটাৰ বাবে সৰ্বমুঠ ৩২ গৰাকী এথলীটক বাচনি কৰে। এই তালিকাত আছে ১৭ গৰাকী পেৰা এথলীট। অৱশ্যে এইবাৰ কোনো ক্ৰিকেটাৰে কোনো ধৰণৰ বঁটা লাভ কৰা নাই।

ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰাসকলৰ নাম তলত সম্পূৰ্ণকৈ উল্লেখ কৰা হ’ল:

খেল ৰত্ন-

ডি গুকেশ (দবা), হৰমনপ্ৰীত সিং (হকী), প্ৰবীন কুমাৰ (পেৰা এথলীট), মনু ভাকৰ (শ্বুটিং)

অৰ্জুন বঁটা

জ্যোতি য়াৰাজি, অন্নু ৰাণী, নিতু ঘংঘাছ, চুইটি, বন্তিকা আগৰৱাল, ছলিমা টেটে, অভিষেক, সঞ্জয়, জৰমনপ্ৰীত সিং, সুখজীত সিং, ৰাকেশ কুমাৰ, প্ৰীতি পল, জীৱঞ্জী দীপ্তি, অজিত সিং, শচীন খিলাড়ী, ধৰ্মবীৰ, প্ৰণৱ সুৰমা, হোকাটো হোতেঝে ছেমা, সিমৰণ, নৱদীপ, নিতেশ কুমাৰ, থুলছিমতি মুৰুগেছন, নিত্য শ্ৰী সুমনি ছিৱান, মনীষা ৰামদাস, কপিল পৰমাৰ, মোনা আগৰৱাল, স্বপ্নিল সুৰেশ কুছলে, সৰৱজোত সিং, অভয় সিং, ছাজন প্ৰকাশ আৰু অমন।

Tags: Arjuna AwardD GukeshHarmanpreet SinghKhel Ratna AwardManu Bhaker

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025