• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, October 20, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

যাত্ৰীবাহী বাছৰ ওপৰত বাগৰিল পাহাৰৰ বৃহৎ অংশ; ১৫ জনৰ মৃত্যু

Nation NE by Nation NE
October 7, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
যাত্ৰীবাহী বাছৰ ওপৰত বাগৰিল পাহাৰৰ বৃহৎ অংশ; ১৫ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

হিমাচল প্ৰদেশৰ বিলাসপুৰত ভূমিস্খলনৰ ফলত ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা অনুসৰি ৩০ জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ ওপৰত পাহাৰৰ বৃহত অংশ খহি পৰে। যাৰ ফলত ভূমিস্খলনৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে যাত্ৰীসকল। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৫ জন লোকৰ মৃতদেহ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত উদ্ধাৰকাৰী দল উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিঙে। শোক প্ৰকাশ কৰাৰ লগতে মৃত লোকসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

তেওঁ উল্লেখ কৰে যে এই জটিল সময়ত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ লগত আছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।

জিলা প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত থকা মুখ্যমন্ত্ৰীয়ে সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে। আহতসকলক যাতে তৎক্ষণাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হয় তাৰ বাবেও তেওঁ প্ৰশাসনক নিৰ্দেশ দিছে।

Tags: #LandslideHimachal Pradesh

Related Posts

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ
Top News

October 20, 2025
উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত পুনৰ যুদ্ধ আৰম্ভ! হামাছত বোমা বিস্ফোৰণ ইজৰাইলৰ, আইডিএফৰ ব্যৱস্থা…

October 20, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

October 20, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 20, 2025
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

October 19, 2025

শীৰ্ষ সংবাদ

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

গাজাত পুনৰ যুদ্ধ আৰম্ভ! হামাছত বোমা বিস্ফোৰণ ইজৰাইলৰ, আইডিএফৰ ব্যৱস্থা…

জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025