• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home BIG BREAKING

      ইতিহাস হ’ল IPC আৰু CrPC : আজিৰ পৰা দেশত বলৱৎ হ’ল BNS, BNSS আৰু BSA

      Nation NE by Nation NE
      July 1, 2024
      in BIG BREAKING, Top News, অসম, ৰাষ্ট্ৰীয়
      0 0
      ইতিহাস হ’ল IPC আৰু CrPC : আজিৰ পৰা দেশত বলৱৎ হ’ল BNS, BNSS আৰু BSA

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      আজি নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে বলৱৎ হ’ব তিনিখনকৈ নতুন অপৰাধ বিৰোধী আইন। আজিৰে পৰা ৫১ বছৰ পুৰণি CrPCৰ সলনি দেশৰ নাগৰিকৰ বাবে প্ৰৱৰ্তন হ’ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)। তদুপৰি ভাৰতীয় দণ্ড সংহিতাৰ ঠাইত ভাৰতীয় ন্যায় অধিনিয়ম (BNS) আৰু ভাৰতীয় প্ৰমাণ আইনৰ সলনি ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA) বলৱৎ হোৱাৰ লগে লগে দেশত আৰম্ভ হ’ব আইন-শৃংখলা ব্যৱস্থাৰ নতুন যুগ।

      মহিলাৰ সৈতে জড়িত বেছিভাগ অপৰাধতে এতিয়া অপৰাধীয়ে পূৰ্বৰ তুলনাত অধিক শাস্তি ভোগ কৰিব লাগিব। জনসাধাৰণে এতিয়াৰে পৰা ইলেক্ট্ৰ’নিক সূচনাৰ জৰিয়তে FIR পঞ্জীয়ন কৰিব পাৰিব আৰু ইয়াৰ লগতে সামূহিক সেৱাৰ দৰে ব্যৱস্থাও প্ৰযোজ্য হ’ব। কিন্তু প্ৰকৃততে কি আছে এই আইন তিনিখনত?

      উল্লেখ্য যে এই নতুন আইন তিনিখন ১ জুলাইৰ আগতে পঞ্জীয়ন হোৱা গোচৰবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব অৰ্থাৎ ১ জুলাই ২০২৪-ৰ আগতে পঞ্জীয়ন কৰা গোচৰবোৰৰ তদন্ত পুৰণি আইনৰ ভিত্তিত হ’ব

      ১ জুলাইৰ পৰা নতুন আইনৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু সেই অনুসৰি তদন্ত আৰু বিচাৰ সম্পূৰ্ণ কৰা হ’ব।

      BNSSত মুঠ ৫৩১টা ধাৰা আছে। ইয়াৰ ১৭৭টা ব্যৱস্থা সংশোধন কৰা হৈছে। আনহাতে ১৪টা ধাৰা আঁতৰাই দিয়া হৈছে। ৯টা নতুন ধাৰা আৰু ৩৯টা উপ-ধাৰা নতুনকৈ যোগ দিয়া হৈছে। ইয়াৰ আগতে CrPCত ৪৮৪টা ধাৰা আছিল।

      ভাৰতীয় ন্যায় সংহিতাত মুঠ ৩৫৭ টা ধাৰা আছে। কিন্তু আজিৰ দিনটোলৈকে IPC-ত ৫১১টা ধাৰা আছিল।

      একেদৰে ভাৰতীয় সাক্ষ্য অধিনিয়মত মুঠ ১৭০টা ধাৰা আছে। নতুন আইন খনত ৬টা ধাৰা আঁতৰাই দিয়া হৈছে। তাৰ পৰিৱৰ্তে ২টা নতুন ধাৰা আৰু ৬টা উপ-ধাৰা যোগ দিয়া হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰমাণ আইনত মুঠ ১৬৭টা ধাৰা আছিল।

      নতুন আইন কেইখনত অডিঅ’-ভিডিঅ’ অৰ্থাৎ ইলেক্ট্ৰনিক প্ৰমাণ আৰু ফৰেনচিক অনুসন্ধানত গুৰুত্ব আৰোপ কৰা হৈছে।

      কোনো এজন নাগৰিকে অপৰাধৰ বিৰুদ্ধে যিকোনো স্থানত Zero FIR দাখিল কৰিব পাৰিব। গোচৰটো তদন্তৰ বাবে সংশ্লিষ্ট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হ’ব। যদি Zero FIR খন তিনিৰ পৰা সাত বছৰৰ ভিতৰত শাস্তিৰ ব্যৱস্থা থকা অপৰাধৰ সৈতে সম্পৰ্কিত তেন্তে তাৰ প্ৰমাণবোৰ ফৰেনচিক দলে পৰীক্ষা কৰিব লাগিব।

      এতিয়া ইলেকট্ৰ’নিক সূচনাৰ জৰিয়তেও FIR পঞ্জীয়ন কৰিব পাৰিব। আনকি হত্যা কিম্বা ডকাইতি আৰু ধৰ্ষণৰ দৰে গুৰুতৰ ধাৰাৰ ক্ষেত্ৰতো e-FIR দাখিল কৰিব পাৰিব। আনহাতে ভইচ ৰেকৰ্ডিঙৰ জৰিয়তেও নাগৰিকে নিজৰ অভিযোগ আৰক্ষীক অৱগত কৰিবলৈ সক্ষম হ’ব। e-FIRৰ ক্ষেত্ৰত অভিযোগকাৰীয়ে তিনি দিনৰ ভিতৰত আৰক্ষী থানাত উপস্থিত হ’ব লাগিব আৰু এজাহাৰৰ প্ৰতিলিপিত স্বাক্ষৰ কৰিব লাগিব।

      অভিযোগকাৰীক FIR সম্পৰ্কীয় নথিপত্ৰ আৰু বিবৃতি দিয়াৰ ব্যৱস্থাও কৰা হৈছে। যদি অভিযোগকাৰীয়ে বিচাৰে তেন্তে আৰক্ষীয়ে অভিযুক্তজনক সোধা-পোছা কৰা বিষয়বোৰো জানি ল’ব পাৰে

      FIRৰ ৯০ দিনৰ ভিতৰত অভিযোগপত্ৰ বা চাৰ্জশ্বীট দাখিল কৰিব লাগিব। আদালতে অভিযোগপত্ৰ দাখিল কৰাৰ ৬০ দিনৰ ভিতৰত অভিযোগ নিৰ্ণয় কৰিব লাগিব

      গোচৰটোৰ শুনানি সম্পূৰ্ণ হোৱাৰ ৩০দিনৰ ভিতৰত ৰায় দিব লাগিব। ৰায় দিয়াৰ ৭ দিনৰ ভিতৰত এটা প্ৰতিলিপি প্ৰদান কৰিব লাগিব

      আৰক্ষীয়ে আটকাধীন ব্যক্তিজনৰ পৰিয়ালক লিখিতভাৱে জনাব লাগিব। লগতে অফলাইন আৰু অনলাইন সূচনা দিব লাগিব

      মহিলা আৰু শিশুৰ লগত হ’ব পৰা অপৰাধ সম্পৰ্কে BNSত মুঠ ৩৬টা ধাৰা আছে। ধৰ্ষণৰ গোচৰ ধাৰা ৬৩ৰ অধীনত পঞ্জীয়ন কৰা হ’ব। ধাৰা ৬৪ত সৰ্বাধিক আজীৱন কাৰাদণ্ড আৰু নিম্নতম ১০ বছৰ কাৰাবাসৰ বিধান দিয়া হৈছে

      ধাৰা ৬৫-ৰ অধীনত ১৬ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কঠোৰ কাৰাদণ্ড বা আজীৱন কাৰাদণ্ড তথা আৰু জৰিমনাও বিহা হ’ব পাৰে। যদি দলবদ্ধ ধৰ্ষণত ভুক্তভোগী গৰাকী প্ৰাপ্তবয়স্ক হয় তেনেহ’লে অপৰাধীৰ আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে

      ১২ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰাৰ ক্ষেত্ৰত অপৰাধীৰ নিম্নতম ২০বছৰ আৰু আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ ব্যৱস্থা আছে। বিয়াৰ প্ৰলোভন বা অজুহাত দি সম্পৰ্ক গঢ়াৰ অপৰাধ ক্ষেত্ৰত ধৰ্ষণত কৈ পৃথক অপৰাধ বুলি গণ্য কৰা হ’ব। অৰ্থাৎ ইয়াক ধৰ্ষণৰ শাৰীত ধৰা নহয়

      ভুক্তভোগীজনে প্ৰতিটো পৰ্যায়ত নিজৰ মোবাইল নম্বৰত SMS-ৰ জৰিয়তে কেছ সম্পৰ্কীয় প্ৰতিটো আপডেটৰ বিষয়ে পাব। আপডেট প্ৰদানৰ সময়সীমা ৯০ দিন নিৰ্ধাৰণ কৰা হৈছে

      ৰাজ্য চৰকাৰসমূহে আৰু ৰাজনৈতিক গোচৰ (দলীয় কৰ্মীসকলৰ ধৰ্ণা আৰু আন্দোলন) সম্পৰ্কীয় গোচৰসমূহ একপক্ষীয়ভাৱে বন্ধ কৰিব নোৱাৰিব। যদি ধৰ্ণা আৰু আন্দোলনৰ অভিযোগকাৰী এজন সাধাৰণ নাগৰিক হয় তেনেহ’লে তেওঁৰ অনুমোদন ল’ব লাগিব

      নতুন আইনত সাক্ষীসকলৰ সুৰক্ষাৰ ব্যৱস্থাও আছে। সকলো বৈদ্যুতিক প্ৰমাণ আদালতত কাগজৰ ৰেকৰ্ডৰ দৰে গ্ৰহণযোগ্য হ’ব

      মব লিঞ্চিঙো অপৰাধৰ আওতালৈ আহিছে। শৰীৰত আঘাত কৰা অপৰাধবোৰক ধাৰা ১০০-১৪৬ৰ ভিতৰত বৰ্ণনা কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১০৩ ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হ’ব। ধাৰা ১১১ত সংগঠিত অপৰাধৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ধাৰা ১১৩ক সন্ত্ৰাসবাদ বিৰোধী আইন হিচাপে বৰ্ণনা হৈছে। মব লিঞ্চিঙৰ ক্ষেত্ৰত ৭ বছৰ কাৰাবাস বা আজীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ ব্যৱস্থা আছে

      নিৰ্বাচনী অপৰাধবোৰ ধাৰা ১৬৯-১৭৭ৰ অধীনত ৰখা হৈছে। সম্পত্তিৰ ক্ষতি, চুৰি আৰু ডকাইতি আদিৰ ক্ষতি ৩০৩-৩৩৪ ধাৰাৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। ধাৰা ৩৫৬ত মানহানিৰ কথা উল্লেখ আছে। ধাৰা ৭৯ত যৌতুক বিচাৰি হত্যা আৰু ধাৰা ৮৪ত যৌতুকৰ ক্ষেত্ৰত প্ৰতাৰণাৰ দৰে অপৰাধৰ কথা উল্লেখ আছে

      এতিয়াৰে পৰা সৰু সৰু অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা লোকসকলে শাস্তি হিচাপে সমাজ সেৱা কৰিব লাগিব। সংশোধিত নতুন আইনত আত্মহত্যাৰ চেষ্টা, ক্ষুদ্ৰ চুৰি, ৰাগীয়াল বস্তুৰ অপব্যৱহাৰ আৰু মানহানিৰ দৰে গোচৰসমূহ সমাজ সেৱাৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে। সমাজ সেৱাই অপৰাধীসকলক সংস্কাৰৰ সুযোগ প্ৰদান কৰে। আনহাতে কাৰাগাৰৰ শাস্তিয়ে তেওঁলোকক আকৌ কঠোৰ অপৰাধী কৰি তুলিব পাৰে।

      এতিয়ালৈকে আদালতে প্ৰথমবাৰৰ বাবে অপৰাধ কৰা বা ক্ষুদ্ৰ অপৰাধীসকলক সমাজ সেৱাৰ শাস্তি প্ৰদান কৰি আহিছে কিন্তু আজিৰ পৰা ই এক স্থায়ী আইনত পৰিণত হ’ব। নতুন আইনে প্ৰথমবাৰৰ বাবে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে য’ত নিচাসক্ত অৱস্থাত অনাধিকাৰ প্ৰৱেশ বা ৫০০০টকাৰ তলৰ সম্পত্তি চুৰি কৰাৰ দৰে সৰু অপৰাধৰ বাবে সমাজ সেৱাৰ দৰে শাস্তি লাভ কৰিব।

      Tags: #BNS#BNSS#BSA#CrPC#IPC

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…
      Top News

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      September 8, 2025
      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ
      Top News

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      September 8, 2025
      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ
      Top News

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      September 8, 2025
      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP