• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ড্ৰেগন আৰু হাতী একলগ হোৱাটো জৰুৰী : মোদী-জিনপিঙৰ সাক্ষাতে আমেৰিকাক দিলে স্পষ্ট বাৰ্তা

Nation NE by Nation NE
August 31, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ড্ৰেগন আৰু হাতী একলগ হোৱাটো জৰুৰী : মোদী-জিনপিঙৰ সাক্ষাতে আমেৰিকাক দিলে স্পষ্ট বাৰ্তা
Share on FacebookShare on TwitterWhatsApp

সাংহাই সহযোগিতা সংস্থা (এছ চি অ’)ৰ শীৰ্ষ সন্মিলনৰ বাবে শনিবাৰে চীনৰ টিয়ানজিনত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে প্ৰাৰম্ভিক ভাষণত কয়, ‘প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক পুনৰ লগ পাই মই অতি আনন্দিত হৈছো। মই আপোনাক এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে চীনলৈ স্বাগতম জনাইছো। যোৱা বছৰ কাজানত আমাৰ বৈঠক সফল আছিল। বিশ্বই এক বৃহৎ পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে। আমি বিশ্বৰ দুখন জনবহুল দেশ। এনে পৰিস্থিতিত সম্পৰ্ক ভাল হোৱা আৰু ড্ৰেগন আৰু হাতী একত্ৰিত হোৱাটো অতি গুৰুত্বপূৰ্ণ।’

তেওঁ কয়, ‘ভাৰত আৰু চীন হৈছে বিশ্বৰ দুখন প্ৰাচীন সভ্যতাৰ দেশ। ড্ৰেগন আৰু হাতী একত্ৰিত হোৱাটো গুৰুত্বপূৰ্ণ। ভাৰত আৰু চীনৰ বন্ধুত্ব গুৰুত্বপূৰ্ণ। ভাৰত আৰু চীনৰ বাবে একত্ৰিত হোৱাটো গুৰুত্বপূৰ্ণ। বন্ধুত্ব আৰু ভাল প্ৰতিবেশী হোৱাটো গুৰুত্বপূৰ্ণ।‘

এছিয়া আৰু বিশ্বৰ শান্তি আৰু সমৃদ্ধিৰ বাবে দুয়োখন দেশে একেলগে কাম কৰিব লাগিব বুলিও উল্লেখ কৰে জিনপিঙে।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয়, ‘দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে। দুয়োখন দেশৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থ আমাৰ সহযোগিতাৰ সৈতে জড়িত। ইয়াৰ ফলত মানৱতাৰ কল্যাণো হ’ব।’

‘আমি আমাৰ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এছ চি অ’ৰ সফল আয়োজনৰ বাবে আপোনাক অভিনন্দন জনাইছো’, এইদৰে নিজৰ ভাষণত কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

দীৰ্ঘদিনীয়া তিক্ততা পৰিহাৰ কৰি এছ চি অ’ সন্মিলনৰ জৰিয়তে শীৰ্ষ নেতা দুগৰাকীৰ মাজত হোৱা প্ৰায় এঘণ্টীয়া এই বৈঠকখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট চৰ্চা হোৱাৰ লগতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Tags: ChinaIndiaNarendra ModiSCO SummitXi Jinping

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025