• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

জয়ী হোৱা দুখন আসনৰ এখন আসন এৰি দিলে ৰাহুল গান্ধীয়ে

আজি আছিল ৰাহুলৰ শেষ সময়সীমা

Nation NE by Nation NE
June 18, 2024
in BIG BREAKING
0 0
জয়ী হোৱা দুখন আসনৰ এখন আসন এৰি দিলে ৰাহুল গান্ধীয়ে
Share on FacebookShare on TwitterWhatsApp

ৰাহুল গান্ধী জয়ী হোৱা দুখন আসনক লৈ তীব্ৰ চৰ্চা চলিছিল। আজি এখন আসন এৰি দিয়াৰ কথা অধ্যক্ষক জনালে ৰাহুল গান্ধীয়ে। জয়ী হোৱা ৱায়নাড আসনখন এৰা বুলি জানিবলৈ দিলে ৰাহুল গান্ধীয়ে।

লোকসভা নিৰ্বাচনত দুখন আসনৰ এখন আসন এৰিলে ৰাহুল গান্ধীয়ে। নিৰ্বাচনৰ ফলাফলৰ ১৪ দিনৰ ভিতৰত এৰাৰ আছে নিয়ম। ৰাহুল গান্ধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল ৰায়বৰেলী আৰু ৱায়নাডত। দুয়োখন আসনৰ এখন আসন এৰি নিদিলে দুয়োখন আসনেই ৰিক্ত বুলি ধৰা হয়। নিয়ম অনুসৰি দুয়োখন আসন জয়ী হোৱাজনে এখন আসন এৰাৰ ছমাহ পিছত সেই আসনখনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হয়। সেই আসনখন এৰাৰ বাবে লোকসভাৰ অধ্যক্ষক লিখিত পত্ৰ দিব লাগিব।

ৰাহুল গান্ধীয়ে ৰায়বৰেলীত ৩লাখ ৯০ হাজাৰ ভোট লাভ কৰি জয়যুক্ত হৈছে। আনহাতে ৱায়নাডত ৩লাখ ৬৪ হাজাৰ ভোট লাভ কৰি জয়যুক্ত হৈছে। এতিয়া কথাটো হৈছে মাত্ৰ কাইলৈৰ দিনটো আছে ৰাহুল গান্ধীৰ হাতত। যদিহে ৰাহুল গান্ধীয়ে কালিৰ দিনটোত দুয়োখন আসনৰ এখন এৰি নিদিয়ে তেন্তে দুয়োখন আসন ৰিক্ত বুলি ধৰা হয়। ৰায়বৰেলী নিজৰ হাতত ৰাখি ৱায়নাড আসনখন ত্যাগ কৰিলে ৰাহুলে। এখন আসন এৰাৰ পিছতে ছমাহৰ ভিতৰত সেই আসনৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন।

Tags: #rahulgandhi

Related Posts

জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
BIG BREAKING

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

October 19, 2025
দেৱালীৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ
Top News

October 16, 2025
চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

October 12, 2025
এয়া জুবিনৰ অসম, আমি ইয়াক নেপাল হ’বলৈ নিদিও : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Top News

জুবিনৰ তদন্ত সন্দৰ্ভত দুই-এদিনতে শুনিবলৈ পাব ভাল খবৰ : হিমন্ত বিশ্ব শৰ্মা

October 12, 2025
হেলিকপ্টাৰত তেল ভৰাবলৈ ক’ত টকা পালে হাগ্ৰামা মহিলাৰীয়ে? সকলো ক’লে সাংবাদিকৰ আগত…
Top News

প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত বি পি এফ চৰকাৰৰ ডাঙৰ ঘোষণা

October 9, 2025
কানপুৰত ৰখাই থোৱা স্কুটীত ভয়ংকৰ বিস্ফোৰণ; মহিলাসহ ৮ গৰাকী লোক আহত
Top News

কানপুৰত ৰখাই থোৱা স্কুটীত ভয়ংকৰ বিস্ফোৰণ; মহিলাসহ ৮ গৰাকী লোক আহত

October 8, 2025

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025