• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

Nation NE by Nation NE
May 17, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ
Share on FacebookShare on TwitterWhatsApp

অপাৰেশ্যন সিন্দূৰক লৈ শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভাৰতে আক্ৰমণ কৰিব বুলি পূৰ্বেই পাকিস্তানক জনাই দিয়া বুলি বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ৰাহুল গান্ধীয়ে কৰা এই অভিযোগৰ ভিত্তিতেই কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিদেশ মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে।

তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘বিদেশ মন্ত্ৰী- আপুনি আমেৰিকাৰ সমকক্ষই কৰা দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই, ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। তেওঁ নিজৰ পদত কেনেকৈ থাকিব পাৰে সেয়া বুজাৰ বাহিৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১৯ জুনত চীনক ৰাজহুৱাভাৱে ক্লিন চিট দি আমাৰ আলোচনাৰ স্থিতিৰ অন্ত পেলাইছিল। যিজন ব্যক্তিক তেওঁ বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে, সেই ব্যক্তিজনে ভাৰতক প্ৰতাৰণা কৰিছে।’

প্ৰকৃততে ৰাহুল গান্ধীয়ে এটা ব্যক্তিগত নিউজ চেনেলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘পাকিস্তানক আক্ৰমণ কৰাৰ খবৰ আগতেই দিয়াটো অপৰাধ। ভাৰত চৰকাৰে এয়া কৰা বুলি বিদেশ মন্ত্ৰীয়ে সাৰ্বজনিকভাৱে স্বীকাৰ কৰিছে।’

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰি কয়, ‘ইয়াৰ পৰিণাম স্বৰূপে ভাৰতে কিমানখন বায়ুসেনাৰ বিমান হেৰুৱালে?’

ৰাহুল গান্ধীৰ এই অভিযোগৰ বিপৰীতে পি আই বিৰ ফেক্ট চেকে এইটো নিশ্চিত কৰিছিল যে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এইধৰণৰ কোনো মন্তব্য ক’তো দিয়া নাই।

Tags: Jairam RameshOperation SindoorRahul GandhiS Jaishankar

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025