• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

মুখ্য ন্যায়াধীশে ক’লে- ৩০ বছৰে দেখা নাই এনে গোচৰ; কলিকতা কাণ্ডৰ ১০টা ডাঙৰ কথা

Nation NE by Nation NE
August 22, 2024
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কলিকতা কাণ্ড গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আছে। শুনানিৰ সময়ত বিচাৰপীঠে চিকিৎসকসকলক কামলৈ ঘূৰি অহাৰ নিৰ্দেশ প্ৰদান কৰিছে।

সমগ্ৰ দেশৰ আৱাসী (ৰেচিডেণ্ট) চিকিৎসকসকলে বিগত কেইবাদিন ধৰি ধৰ্মঘট অব্যাহত ৰাখিছে, যাৰ বাবে লাখ-লাখ লোক সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি আদালতে মমতা চৰকাৰ, আৰ জি কৰ হাস্পতাল কৰ্তৃপক্ষ আৰু পশ্চিম বংগ আৰক্ষীৰ মনোভাৱক লৈও বহু প্ৰশ্ন উত্থাপন কৰে।

গোচৰৰ শুনানিৰ সময়ত আদালতে কি যুক্তি দিছিল জানো আহক-

১. এইমছ আৱাসী চিকিৎসকসকলে দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে যদি চিকিৎসকসকলে কৰ্মলৈ উভতি নাযায় তেন্তে তেওঁলোকক অনুপস্থিত বুলি ধৰি লোৱা হ’ব। আইনে নিজৰ মতে কাম কৰিব। নেচনেল টাস্ক ফ’ৰ্চে সকলো লোকৰে অনুভৱ গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে।

২. শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে কয় যে চিকিৎসকসকলে কৰ্মলৈ উভতি অহাটো প্ৰয়োজনীয়। চিকিৎসালয়ৰ মুৰব্বীসকলো চিকিৎসক আৰু তেওঁলোকৰ সমস্যা আৰু বিষয়ত আমি তেওঁলোকৰ লগত আছো, কিন্তু চিকিৎসকসকলে কামলৈ ঘূৰি নাহিলে চৰকাৰী স্বাস্থ্য সুবিধাৰ গাঁথনিত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিব।

৩. উচ্চতম ন্যায়ালয়ে  কয়, ‘আমি যদি বিভিন্ন অংশীদাৰৰ প্ৰতিনিধিক সমিতিৰ অংশ হ’বলৈ ক’বলৈ আৰম্ভ কৰো তেন্তে সমিতিৰ কাম-কাজ অসংগঠিত হৈ পৰিব। আমি জানো যে সমিতিখন জ্যেষ্ঠ মহিলা চিকিৎসকেৰে গঠিত আৰু তেওঁলোকে জনস্বাস্থ্যৰ আন্তঃগাঁথনিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। সমিতিয়ে সকলো প্ৰশিক্ষাৰ্থী চিকিৎসকৰ কথা শুনিব। সমিতিখনে আৱাসী চিকিৎসক, জ্যেষ্ঠ আৱাসী চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰীৰ লগতে সকলো প্ৰতিনিধিৰ কথা শুনাটো নিশ্চিত কৰিব’।

৪. শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে নিজৰ জীৱনৰ লগত ঘটা এক কাহিনীৰ কথাও উল্লেখ কৰে। তেওঁ এবাৰ এজন আত্মীয়ক দেখুৱাবলৈ চৰকাৰী হাস্পতাললৈ গৈছিলো। অসুস্থতাৰ বাবে তেওঁক ভৰ্তি কৰিবলগীয়া হোৱাত মই হাস্পতালৰ মজিয়াত শুব লগীয়া হৈছিল।

৫. উচ্চতম ন্যায়ালয়ত দাখিল কৰা ষ্টেটাছ ৰিপৰ্টত চিবিআইয়ে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। চিবিআইয়ে কয় যে সমগ্ৰ বিষয়টো সন্দৰ্ভত চিকিৎসালয় প্ৰশাসনৰ মনোভাৱ প্ৰশ্নবোধক যেন লাগে। ঘটনা সন্দৰ্ভত বহু পলমকৈ ভুক্তভোগী পৰিয়ালক তথ্য প্ৰদান কৰা হয়। প্ৰথমে পৰিয়ালৰ লোকক অসুস্থতাৰ কথা আৰু তাৰ পিছত আত্মহত্যাৰ বিষয়ে অৱগত কৰা হয়। অপৰাধৰ স্থান সলনি কৰা বুলিও দাবী কৰে চিবিআইয়ে। এইটো স্পষ্টকৈ দেখা যায় যে অপৰাধটো গাপ দিয়াৰ চেষ্টা কৰা হৈছিল।

৬. উচ্চতম ন্যায়ালয়ে বংগ চৰকাৰৰ অধিবক্তা কপিল ছিব্বালক কয় যে যেতিয়া আপুনি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াৰ অৰ্থ হ’ল অস্বাভাৱিক মৃত্যুৰ গোচৰ। ১১:২০ বজাত ইউ ডি ৮৬১/২৪ পঞ্জীয়ন কৰা হৈছিল, ৯ আগষ্টত পুলিচ ডায়েৰী (GD) এণ্ট্ৰি আৰু ১১:৪৫ বজাত এজাহাৰ পঞ্জীয়ন কৰা হৈছিল, এইটো সঁচা নেকি? এইটো বৰ আচৰিত কথা, মৰণোত্তৰ পৰীক্ষা ইউ ডিৰ পঞ্জীয়নৰ আগতেই হয়!

৭. আদালতে এইটোও কয় যে পুলিচ ডায়েৰী আৰু মৰণোত্তৰ পৰীক্ষাৰ মাজত ব্যৱধান যথেষ্ট। অভিযুক্তৰ চিকিৎসা পৰীক্ষা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে আদালতে। ৩০ বছৰত এইধৰণৰ ঘটনা দেখা নাই বুলিও আদালতে মন্তব্য কৰে।

৮. মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘পুৱা ১০:১০ বজাত অপৰাধৰ জিডি এণ্ট্ৰি হয়, কিন্তু তৃতীয় মহলাত পিজি চিকিৎসকগৰাকী অচেতন অৱস্থাত উদ্ধাৰ হোৱা বুলি ফোনযোগে খবৰ লাভ কৰিছিল। মৃতদেহটো দেখাৰ পিছত ব’ৰ্ডে প্ৰাৰম্ভিক মতামত দিছিল যে মৃত্যুৰ কাৰণ হ’ব পাৰে ডিঙি চেপি হত্যা কৰা আৰু যৌন নিৰ্যাতনও নুই কৰিব নোৱাৰি। ইয়াৰ পিছতো মৰণোত্তৰ পৰীক্ষা সন্ধিয়া ৬-৭ বজাৰ ভিতৰত হৈছিল আৰু ইয়াৰ পিছতহে তদন্ত আৰম্ভ হৈছিল’। এই সন্দৰ্ভত কপিল ছিব্বালে কয় যে নহয়, এইটো শুদ্ধ নহয়।

৯. ন্যায়াধীশ পাৰদিৱালাই কয়, ‘সহকাৰী আৰক্ষী অধীক্ষকৰ আচৰণো অতি সন্দেহজনক। তেওঁ কিয় এনে কৰিলে?’

১০. মুখ্য ন্যায়াধীশে কয়, ‘পুলিচ ডায়েৰীত পুৱা ৫:২০ বজাত এণ্ট্ৰী কিন্তু আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা তথ্য লাভ কৰিছিল যে মহিলাগৰাকীয়ে পুৱা ১০:১০ বজাত অৰ্ধনগ্ন অৱস্থাত পৰি আছিল। মেডিকেল ব’ৰ্ডে মতামত দিছিল যে ধৰ্ষণ সংঘটিত হৈছিল আৰু আৰক্ষীৰ ডায়েৰীৰ এণ্ট্ৰীত দেখা গৈছে যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে অপৰাধস্থলীটো ঘেৰাও কৰা হৈছিল’।

Tags: #CBIKOLKATAStriking DoctorsSupreme Court

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত
Top News

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

October 27, 2025
হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…
Top News

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

October 27, 2025
৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025