• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ

Nation NE by Nation NE
August 5, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হয়। এই ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক নিৰুদ্দেশ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ডাৱৰ বিস্ফোৰণৰ পিছতেই খীৰ গংগা নদীৰ জলপৃষ্ঠ হঠাত বৃদ্ধি পোৱাৰ ফলত হোৱা ভয়ংকৰ বানত বহু বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল-ৰেষ্টুৰেণ্ট আদি একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈ পৰে।

সম্প্ৰতি ভাইৰেল হৈ থকা এটা ৩৪ ছেকেণ্ডৰ ভিডিঅ’ত দেখা গৈছে যে ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ অঞ্চলটোৰ লোকসকলে নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ চেষ্টা চলায়। কিন্তু প্ৰকৃতিয়ে ধাৰণ কৰা কাল ৰূপত সাৰি নগ’ল সাধাৰণ লোক।

ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভয়ংকৰ বানে নিমিষতে খহাই লৈ যায় কেইবাটাও সু-উচ্চ অট্টালিকা। দৃশ্য ইমানেই ভয়ংকৰ যে পাহাৰৰ ওপৰৰ পৰা নামি অহা বোকা-শিল-পানীৰ ঢলৰ মাজত পোত যায় শ-শ বাসগৃহ।

উত্তৰকাশী জিলাৰ শীৰ্ষ বিষয়া প্ৰশান্ত আৰ্যই এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ লগতে এই ঘটনাত কিমান ক্ষয়-ক্ষতি হৈছে তাৰ তথ্য কিছু সময়ৰ পিছতেই ৰাজহুৱা কৰিব বুলিও কয়।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে জিলাখনত। ইয়াৰ মাজতে মঙলবাৰে জিলাখনৰ ধৰালীত অতিবৃষ্টি বা ডাৱৰ বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে এছডিআৰএফ আৰক্ষী তথা প্ৰশাসনৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়।

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ধৰালীত হোৱা বৃহৎ ক্ষতিৰ বাবে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ লগতে উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা বুলিও জানিব দিয়ে।

Tags: #LandslideCloudburstUttarakhandUttarkashi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025