• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

বক্স অফিচত ‘কল্কি’ৰ ছুনামী; মুক্তিৰ ষষ্ঠ দিনাই ভাঙিলে অভিলেখ, বহু পিছ পৰি ৰ’ল ‘পাঠান-জৱান-এনিমেল’

Nation NE by Nation NE
July 3, 2024
in বিনোদন
0 0
বক্স অফিচত ‘কল্কি’ৰ ছুনামী; মুক্তিৰ ষষ্ঠ দিনাই ভাঙিলে অভিলেখ, বহু পিছ পৰি ৰ’ল ‘পাঠান-জৱান-এনিমেল’
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান চৌদিশে চলিছে “কল্কি ২৮৯৮ এডি”ৰ চৰ্চা। প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন অভিনীত এই চিনেমাখনে দৰ্শকৰ পৰা বুটলিছে অযুত মৰম। ছবিখনে কৰিছে কোটি কোটি টকাৰ ব্যৱসায়। নাগ অশ্বিন পৰিচালিত এই ছবিখনে গঢ়িছে নতুন অভিলেখ।

পেন ইণ্ডিয়াৰ তাৰকা প্ৰভাস অভিনীত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে সুন্দৰ সঁহাৰি। সকলোৱে কৰিছে ৮১ বছৰীয়া অমিতাভ বচ্চনৰ কামৰ প্ৰসংশা। বয়সেও যে ম্লান কৰিব পৰা নাই তেওঁৰ চমকপ্ৰদ অভিনয়ৰ যাদু। অভিনেত্ৰী দীপিকা পাডুকনৰ চৰিত্ৰটোৱেও দৰ্শকৰ পৰা পাইছে যথেষ্ট মৰম।

দক্ষিণৰ জনপ্ৰিয় অভিনেতা কমল হাছানৰ অতি সৰু চৰিত্ৰটোৱেও সকলোৰে মনত লৈছে থিতাপি। ছবিখনত বহুতো আমোদজনক কাৰকো অন্তৰ্ভুক্ত কৰা হৈছে।

মুক্তিৰ প্ৰথমদিনাৰ পৰাই “কল্কি ২৮৯৮ এডি” চাবলৈ চিনেমা হ’লৰ সন্মুখনত হৈছে মানুহৰ ভিৰ। ৬০০ কোটিৰে নিৰ্মিত এই ছবিখনে প্ৰতিদিনে সমগ্ৰ দেশতেই উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িছে নতুন অভিলেখ।

“চেকনিল্ক”ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মুক্তিৰ ষষ্ঠ দিনাই অৰ্থাৎ মঙলবাৰে ছবিখনে উৰ্পাজন কৰে ২৭.৮৫ কোটি টকা। ইয়াৰে তেলেগুত ১১.২ কোটি, তামিলত ১.২ কোটি, হিন্দীত ১৪ কোটি, কানাড়া ০.২৫ কোটি আৰু মালায়ালমত ১.২ কোটিৰ ব্যৱসায় কৰে।

ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ ৩৭১ কোটিত উপনীত হয়। এইক্ষেত্ৰত ছবিখনে বিগত বৰ্ষত বক্স অফিচত খলকনি লগোৱা পাঠান, জৱান আৰু এনিমেলকো অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ দ্বাৰা “কল্কি ২৮৯৮ এডি”য়ে মুক্তিৰ ষষ্ঠ দিনাই অধিক উৰ্পাজিত ছবিৰূপে পৰিগণিত হয়।

Tags: #Cinema#Kalki2898AD

Related Posts

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

October 1, 2025
সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত
Top News

সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

August 16, 2025
‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

August 10, 2025
SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025