• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

Nation NE by Nation NE
March 9, 2026
in Top News, ক্ৰীড়া, বিনোদন
0 0
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰি ক্ৰিকেট ইতিহাসত আন এক সোণালী অধ্যায় সংযোজন কৰিছে ভাৰতে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ট্ৰফী তৃতীয়বাৰৰ বাবে তুলিবলৈ সক্ষম হয় টীম ইণ্ডিয়াই।

ইফালে ভাৰতীয় বেটছমেন ঈশান কিষানৰ এখন ফটো ছ’চিয়েল মিডিয়াত ক্ষন্তেকতে ভাইৰেল হৈ পৰে। ফটোখনত তেওঁক এগৰাকী যুৱতীৰ অতি ওচৰত দেখা গৈছে, যাৰ ফলত অনুৰাগীৰ মাজত এই “ৰহস্যময়ী যুৱতী” কোন সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

আচলতে এই ৰহস্যময়ী যুৱতীগৰাকী আন কোনো নহয় ঈশান কিষানৰ প্ৰেমিকা অদিতি হুণ্ডিয়া। ৰাজস্থানৰ জয়পুৰৰ এগৰাকী ফেশ্বন মডেল আৰু উদ্যোগী অদিতি। ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী হোৱাৰ পিছত ২০১৮ চনত মিছ ডিভা ছুপ্ৰানেচনেল খিতাপ জয় কৰি শিৰোনাম দখল কৰে।

মডেলিঙৰ উপৰিও অদিতি হুণ্ডিয়াই ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় আৰু কেইবাটাও ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে। ফেশ্বন আৰু লাইফষ্টাইল উদ্যোগত নিজৰ বাবে এটা নিৰ্দিষ্ট স্থান খোদিত কৰিছে।

ঈশান কিষাণ আৰু অদিতি হুণ্ডিয়াৰ সম্পৰ্কক লৈ কেইবাবছৰ ধৰি চৰ্চা চলি আহিছে। প্ৰায়ে ষ্টেডিয়ামত ঈশানক সমৰ্থন কৰা দেখা গৈছে। বিশেষকৈ আই পি এলৰ সময়ত কেমেৰাবোৰে প্ৰায়ে তেওঁৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ ফলত অনুৰাগীয়ে তেওঁক ছ’চিয়েল মিডিয়াত “মিষ্ট্ৰী ফেন গাৰ্ল” বুলি অভিহিত কৰিছে।

ফাইনেলত প্ৰথমে বেটিং কৰি ভাৰতে সৰ্বমুঠ ২৫৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বিস্ফোৰক বেটিং কৰা ঈশান কিষানে মাত্ৰ ২৫টা বলত ৫৪ ৰান সংগ্ৰহ কৰে। সঞ্জু চেমচন আৰু অভিষেক শৰ্মাইও উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে। ভাৰতে ৯৬ ৰানত জয়লাভ কৰে। এই জয়ৰ জৰিয়তে টিম ইণ্ডিয়াই তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

Tags: Ishan KishanMysterious GirlSports

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025