• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

বিশ্বৰ প্ৰথমখন ছেলফি কোনে তুলিছিল জানেনে?

১৮৫ বছৰীয়া ইতিহাসৰ পাত লুটিয়াই....

Nation NE by Nation NE
June 21, 2024
in বিনোদন
0 0
বিশ্বৰ প্ৰথমখন ছেলফি কোনে তুলিছিল জানেনে?

১৯ৰ দশকত প্ৰথমখন ছেলফি তোলা ব্যক্তিজন (ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত)

Share on FacebookShare on TwitterWhatsApp

ছেলফি। নিজকে সুন্দৰকৈ প’জ দি নিজেই তোলা ফটোখন ছ’চিয়েল মিডিয়াত দিয়া আনন্দই বেলেগ। আজিৰ এই দ্ৰুত বিজ্ঞানৰ যুগত ছেলফিৰ আছে এক সুকীয়া স্থান।

প্ৰথমখন ছেলফি কোনে তুলিছিল জানেনে? ছেলফিৰ ইমানেই ক্ৰেজ আছে যে বিশ্বত পালন কৰা হয় ছেলফি দিৱস। ২১ জুন তাৰিখে বিশ্বত পালন কৰা হয় ছেলফি দিৱস। এতিয়া প্ৰধান প্ৰসংগলৈ আহোঁ। বিশ্বৰ প্ৰথমখন ছেলফি কোনে তুলিছিল বুলি কৰা প্ৰশ্নই হয়তো আপোনাক বিবুধিত পেলাইছে। বহু লোকৰ ধাৰণ হয় ছেতিয়া বিশ্বত স্মাৰ্ট ফোনৰ উদ্ভাৱন হৈছে তেতিয়াৰ পৰাই ছেলফিৰ প্ৰৱৰ্তন হৈছে। কিন্তু এয়া হয়তো সঁচা নহয়। ছেলফিৰ ইতিহাস বহু পুৰণি। বিশ্বৰ প্ৰথমখন ছেলফি তোলা হৈছিল ১৯দশকত। ১৮৩৯ত আমেৰিকাৰ এজন কেমিষ্ট ৰবাৰ্ট কৰ্নেলিয়াছে ডেগৰেঅটাইপ নামৰ এটা নতুন ফটোগ্ৰাফিৰ শৈলী ব্যৱহাৰ কৰি বিশ্বৰ প্ৰথমখন ছেলফি তুলিছিল।

ফিলাডেল্ফিয়াত কেমেৰা স্থাপন কৰি কেমেৰাৰ সন্মুখলৈ দৌৰি গৈ নিজেই তুলিছিল ফটো। ইয়াৰ পিছতেই বিশ্বত প্ৰথমখন ছেলফি এনেদৰে তোলা হৈছিল। এই ফটোখনক নাম দিয়া হৈছিল দ্য ৱৰ্ল্ড ফাৰ্ষ্ট ছেলফি। ধোঁৱাবৰণৰ আৰু ক’লা-বগা ৰঙৰ ফটোখনে বহন কৰিছে বহু ইতিহাসৰ কথা। ১৯ দশকত আৰম্ভণি হোৱা ছেলফিৰ ক্ৰেজ বাঢ়িল ২১দশকত। স্মাৰ্ট ফোনৰ এণ্ট্ৰিৰ লগে লগে ছেলফি হৈ পৰিল সকলোৰে প্ৰথম পচন্দ। নিজকে ধুনীয়া অথবা প্ৰচাৰৰ দিশলৈ নিবৰ বাবে ভাল ভাল প’জ দি তোলা হয় ছেলফি। মহাকাশলৈ গৈ প্ৰথমখন ছেলফি তুলিছিল এগৰাকী মহাকাশচাৰীয়ে। ১৯৯৬চনত আমেৰিকাৰ মহাকাশচাৰী ডাঃ এডবিন এলড্ৰিনে জেমিনি ১২ মিছনৰ সময়ত তুলিছিল প্ৰথমখন মহাকাশৰ পৰা ছেলফি। মহাকাশত লোৱা এইখন হৈছে প্ৰথমখন ছেলফি।

Tags: #selfie #selfieday

Related Posts

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

March 11, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

October 1, 2025

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025