Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

মুম্বাইলৈ ৰাওনা প্ৰয়াগৰাজৰ মহাকুম্ভৰ VIRAL GIRL মনালিছাৰ

প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছা ভোছলে অৱশেষত অভিনয় জগতত প্ৰথম খোজ দিবলৈ মুম্বাইত উপস্থিত...

Read moreDetails

‘হিউমেনছ অৱ বম্বে’ৰ চিইঅ’ কৰিশ্মা মেহতাই সংৰক্ষণ কৰিলে নিজৰ ডিম্বাণু, জানক সবিশেষ

বিগত কেইটামান দশকত ডিম্বাণু সংৰক্ষণৰ ধাৰণাটো দ্ৰুতগতিত গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ ‘হিউমেনছ অৱ বম্বে’ৰ চিইঅ’ কৰিশ্মা মেহতাই কয় যে, তেওঁ...

Read moreDetails

বিপদত জনপ্ৰিয় ইউটিউবাৰ! কমেডী কন্টেন্টৰনামত আপত্তিজনক প্ৰশ্ন…

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী তথা প’ডকাষ্টাৰ ৰণবীৰ এলাহাবাদিয়াই প্ৰচণ্ড ট্ৰলিঙৰ সন্মুখীন হৈছে। শেহতীয়াকৈ তেওঁ ষ্টেণ্ড আপ কমেডিয়ান সময় ৰাইনাৰ শ্ব’...

Read moreDetails

পুৰুষ প্ৰধান পৃথিৱীত নাৰীৰ দৃষ্টিভংগী উপস্থাপন কৰা পৰিচালক শ্যাম বেনেগাল

ভাৰতৰ অন্যতম প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালে প্ৰান্তীয় লোকৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় চিনেমাক ৰূপান্তৰিত কৰে।...

Read moreDetails

দিল্লীত বিজেপি চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব নেকি এই ৫ নিৰ্বাচনী প্ৰতিশ্ৰুতি?

সুদীৰ্ঘ ২৭ বছৰৰ মূৰত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰে। দলটোৱে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰিছে। গতিকে বিজেপিয়ে...

Read moreDetails

আলিগড় জামা মছজিদক লৈ বিতৰ্ক, মোগলৰ বংশধৰে দাবী কৰে মালিকীস্বত্ব

আলিগড়ৰ শ্বাহী জামা মছজিদক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। আলিগড়ৰ বাসিন্দা দুৰ্নীতি বিৰোধী সেনাৰ সভাপতি তথা আৰ টি আই কৰ্মী...

Read moreDetails

জনপ্ৰিয় সংগীত পৰিচালকৰ ঘৰৰ পৰা ৪০ লাখ টকা চুৰি

শ্বাহৰুখ খান, ৰণবীৰ কাপুৰ, দীপিকা পাডুকন, ছলমান খানৰ দৰে তাৰকাক হিট গীত দিয়া প্ৰীতম চক্ৰৱৰ্তীৰ কাৰ্যালয়ৰ পৰা চুৰি হয় ৪০...

Read moreDetails

দুদিনীয়া ভ্ৰমণসূচীৰে ১২ ফেব্ৰুৱাৰীত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী মোদী

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণলৈ যাব। ইয়াত অনুষ্ঠিত হ’বলগীয়া এআই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে...

Read moreDetails

ভয়ংকৰ সংঘৰ্ষ; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩১ গৰাকী মাওবাদী, ২ জন জোৱান শ্বহীদ

দেওবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত সেনা বাহিনীৰে হোৱা সংঘৰ্ষত ৩১ গৰাকী মাওবাদী নিহত হোৱাৰ লগতে দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে।...

Read moreDetails
Page 108 of 205 1 107 108 109 205

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist