• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাইলৈ ৰাওনা প্ৰয়াগৰাজৰ মহাকুম্ভৰ VIRAL GIRL মনালিছাৰ

Nation NE by Nation NE
February 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মুম্বাইলৈ ৰাওনা প্ৰয়াগৰাজৰ মহাকুম্ভৰ VIRAL GIRL মনালিছাৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছা ভোছলে অৱশেষত অভিনয় জগতত প্ৰথম খোজ দিবলৈ মুম্বাইত উপস্থিত হৈছে। পৰিয়ালৰ আশীৰ্বাদ লৈ পৰিয়ালসহ মহেশ্বৰৰ পৰা বিখ্যাত বলীউড পৰিচালক সনোজ মিশ্ৰৰ সহকাৰীৰ সৈতে মনালিছাই মুম্বাইলৈ ৰাওনা হয়।

মহাকুম্ভ ২০২৫ য়ে সলাই পেলাই ভাগ্যৰ চকৰি। প্ৰয়াগৰাজত ভৰি দিয়াৰ পিছত নিশাৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি হৈছে পাথৰৰ হাৰ বিক্ৰেতা মনালিছা ভোছলেৰ জীৱনত। যাক লৈ বৰ্তমান চাৰিওফালে বিয়পি পৰিছে তীব্ৰ উৎসুকতা। অৱশেষত মেকুৰী চকুঁৱা এইগৰাকী যুৱতীয়ে গ্লেমাৰ জগতৰ পৰাও আমন্ত্ৰণ পায়।

উল্লেখ্য যে, ভাইৰেল ছোৱালী মনালিছাই প্ৰয়াগৰাজ কুম্ভত ভাইৰেল হোৱাৰ পিছত বলীউডত ছবিৰ অফাৰ পায়। পৰিচালক সনোজ মিশ্ৰই নিজেই মহেশ্বৰলৈ গৈ ‘দ্য ডায়েৰী অৱ মণিপুৰ’ ছবিৰ বাবে চহী কৰে।

খাৰগোণ জিলা সদৰৰ পৰা প্ৰায় ৬৫ ​​কিলোমিটাৰ নিলগত অৱস্থিত পৰ্যটন চহৰ মহেশ্বৰৰ এইগৰাকী যুৱতী বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে। পৰিয়ালৰ সৈতে ৰোজাৰী আৰু ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি কাম কৰা এই ছোৱালীজনীয়ে ধুনীয়া চকুযুৰিৰ বাবে বিখ্যাত হৈ পৰিছে।

এতিয়া মনালিছা ভোছলে মহেশ্বৰৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে ‘দ্য ডায়েৰী অৱ মণিপুৰ’ ছবিখনৰ শ্বুটিঙৰ বাবে। তেওঁক লগত লৈ যাবলৈ চলচ্চিত্ৰ পৰিচালক সনোজ মিশ্ৰৰ সহযোগী মহেন্দ্ৰ লোধিয়ে নিজেই মহেশ্বৰত উপস্থিত হয়।

একে সময়তে সহকাৰী সঞ্চালক মহেন্দ্ৰ লোধিয়ে মহেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ গোৱেলক সাক্ষাৎ কৰি মনালিছাৰ মুম্বাইলৈ নিৰাপদ যাত্ৰা নিশ্চিত কৰে। এই সময়ছোৱাত এছ এইচ অ’ গোৱেলে আন আন আৰক্ষী কৰ্মচাৰীৰ সৈতে বলীউডৰ ভৱিষ্যত নায়িকা মনালিছাৰ সৈতে বহু ছবি ক্লিক কৰি উজ্জ্বল ভৱিষ্যত আৰু ছবিৰ সফলতাৰ বাবে অভিনন্দন জনায়। ইয়াৰ পিছতেই ছবিখনৰ শ্বুটিঙৰ বাবে মনেলিছাৰ সৈতে মুম্বাইলৈ ৰাওনা হয় মহেন্দ্ৰ লোধি।

Tags: MahakubhaUttar PradeshViral girl

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025