Tuesday, January 27, 2026
20 °c
Guwahati
21 ° Wed
21 ° Thu
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ এক স্বাধীন দেশ হিচাপে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি...

Read moreDetails

বাদ পৰি নগ’ল অযোধ্যা, এইবাৰ চোৰৰ নজৰত ৰাম মন্দিৰ

ৰামনগৰী অযোধ্যাৰ পৰা আহিছে অতি আশ্চৰ্যজনক খবৰ । এইবাৰ চোৰৰ টাৰগেট অযোধ্যাৰ ৰামমন্দিৰ। অযোধ্যা ৰাজপথৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিশাল ৰাম মন্দিৰৰ...

Read moreDetails

ডোডা এনকাউন্টাৰক লৈ দিল্লীত বৈঠক; ৪ সন্ত্ৰাসবাদী নিহত হোৱাৰ আশংকা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্ধিত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। জম্মু-কাশ্মীৰৰ...

Read moreDetails

এজনো ভাৰতীয়ই বসবাস নকৰা পৃখিৱীৰ ৫খন দেশ; ইয়াৰে এখন দেশৰ নাম শুনিলে হ’ব আচৰিত

বিশ্বৰ ভিতৰত আজিও এনে কিছুমান দেশ আছে যিবোৰ দেশ আজিও বহুতৰ বাবে অপৰিচিত। ইয়াৰ উপৰি এনে কিছু দেশ আছে যিবোৰ...

Read moreDetails

ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী

দুটা দশকধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিবন্ধন 'ৰাখী' ৰে সজ্জিত কৰি অহা কামাৰ শ্বেখে ১৯ আগষ্ট সোমবাৰে ৰাখী বন্ধন উৎসৱৰ বাবে...

Read moreDetails

পুনৰ ৰাম ৰহিম প্ৰসংগঃ নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক অস্থায়ী জামিন প্ৰদান কৰাৰ কাৰণ কি?

হাৰিয়ানা চৰকাৰে ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক কাৰাগাৰৰ পৰা অস্থায়ী মঞ্জুৰৰ অনুমতি দিছে। ৰাম ৰহিমক ২১ দিনৰ বাবে...

Read moreDetails

গাজিয়াবাদৰ ল’নী অঞ্চলত ম’হ বান্ধি ৰখাৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ ঘটনা; অভিযুক্তক গ্ৰেপ্তাৰ

গাজিয়াবাদত সামান্য বিবাদক লৈ তিনিজন লোকে ঘৰত ম’হ বান্ধি ৰখাৰ সন্দৰ্ভত একেলগে এজন ব্যক্তিক দাৰে আক্ৰমণ কৰে, যাৰ ফলত ব্যক্তিজনে...

Read moreDetails

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ৰজপথত জাতীয় পতাকা উন্মোচন...

Read moreDetails

শিৱক পানী অভিষেক কৰিবলৈ মন্দিৰত উপস্থিত লাখ-লাখ ভক্ত; ৭ জনৰ মৃত্যু

বিহাৰৰ জেহানাবাদত শাওনৰ চতুৰ্থ সোমবাৰে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মাখদমপুৰৰ ভানাভাৰৰ সিদ্ধেশ্বৰ মন্দিৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাত ৭...

Read moreDetails

আম্বানী পৰিয়ালৰ মহালক্ষ্মী কোন? কাক গুৰু বুলি গণ্য কৰে আম্বানী পৰিয়ালে…

বিশ্বৰ ভিতৰতে অন্যতম ধনাঢ্য পৰিয়াল আম্বানী কেৱল ব্যৱসায় ক্ষেত্ৰতে নহয় পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰতো অতি মজবুত। সমগ্ৰ পৰিয়ালটোৰ মাজত আছে এটা...

Read moreDetails
Page 184 of 204 1 183 184 185 204

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist