• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী

Nation NE by Nation NE
August 13, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী
Share on FacebookShare on TwitterWhatsApp

দুটা দশকধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিবন্ধন ‘ৰাখী’ ৰে সজ্জিত কৰি অহা কামাৰ শ্বেখে ১৯ আগষ্ট সোমবাৰে ৰাখী বন্ধন উৎসৱৰ বাবে পুনৰ এবাৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি চলাইছে। বিগত ২৯টা বছৰ ধৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধি আহিছে।

কামাৰ শ্বেখৰ জন্ম হৈছিল কৰাচীৰ এটা মুছলমান পৰিয়ালত। ১৯৮১ চনত তেওঁ মহছিন শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তাৰপাছতেই  তেওঁ ভাৰতলৈ প্ৰব্ৰজন কৰে ইয়াতেই বসতি কৰিবলৈ লয়। শ্বেখে ১৯৯০ চনৰ পৰা বিগত ৩৫টা বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যোগাযোগত আছে।

তেওঁ প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাতৃজ্ঞান কৰে। প্ৰত্যেক বছৰে ৰাখী বন্ধনৰ বাবে শ্বেখে নিজ হাতেৰে মোদীৰ বাবে ৰাখী সাজি উলিয়ায়।

১৯ আগষ্টৰ বাবে শ্বেখে ইতিমধ্যে ৮ ৰ পৰা ১০টা ৰাখী প্ৰস্তুত কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, এই ৰাখীসমূহ তেওঁ বজাৰৰ পৰা ক্ৰয় নকৰে। প্ৰত্যেক বছৰে তেওঁ ৰাখী বন্ধনৰ প্ৰাকমূহুৰ্তত নিজ হাতেৰে ৰাখী তৈয়াৰ কৰে আৰু শেষত যিটো ৰাখীৰেই তেওঁ ভাতৃৰ হাত শোভা দেখে, সেইটো ৰাখীয়েই বান্ধে।”

লগতে তেওঁ ইয়াকো কয় যে, এই বছৰ তেওঁ যিটো ৰাখী প্ৰস্তুত কৰিছে, সেইটো ভেলভেটত বনাইছে। এই ৰাখীত তেওঁ মুক্তা, ধাতুৰ এমব্ৰইডাৰী আৰু টিক্কি ব্যৱহাৰ কৰিছে। তেওঁ ইয়াকো কয় যে, ৰাখী বন্ধনৰ এদিন আগত দিল্লীলৈ বুলি তেওঁৰ টিকট বুক কৰা হৈছে।

এগৰাকী ভগ্নী হিচাপে সুদীৰ্ঘ ৩৫টা বছৰ ধৰি তেওঁ নিজ ভাতৃৰ সু-স্বাস্থ্যৰ বাবে তেওঁ সদায় প্ৰাৰ্থনা কৰি আহিছে।

শ্বেখে ১৯৯০ চনত গুজৰাটৰ তদানীন্তন ৰাজ্যপাল স্বৰ্গীয় ড০ স্বৰূপ সিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰে।

সেই সময়ত নৰেন্দ্ৰ মোদীও সেই ঠাইত উপস্থিত আছিল। সিঙে তেতিয়া নৰেন্দ্ৰ মোদীক কৈছিল যে, তেওঁ কামাৰ শ্বেখক তেওঁৰ জীয়ৰী বুলি বিবেচনা কৰে।

এই কথা শুনি প্ৰধানমন্ত্ৰী মোদীয়ে কামাৰ শ্বেখক নিজৰ ভগ্নীৰ মৰ্যাদা দিয়ে। তেতিয়াৰ পৰাই শ্বেখে ৰাখী বন্ধন উৎসৱত মোদীৰ হাতত ৰাখী বান্ধি আহিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, কোভিড মহামাৰীৰ বাবে তেওঁ মাজতে ৩টা বছৰ প্ৰধানমন্ত্ৰীৰ হাতত ৰাখী বান্ধিব পৰা নাছিল।

Tags: IndiaNarendra ModiPrime Minister

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025