Thursday, January 29, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী; ২৫টা স্থানত তালাচী অভিযান

পঞ্জাৱ ভিজিলেন্স ব্যুৰোৱে বুধবাৰে শিৰোমণি আকালি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিক্ৰম সিং মাজিঠিয়াক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে পঞ্জাৱ ভিজিলেন্সে...

Read moreDetails

তেওঁক লৈ আমি গৰ্বিত… আজি নতুন ইতিহাস গঢ়িব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই

ভাৰতীয় বায়ুসেনাৰ পাইলট শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰী মহাকাশ অভিযান- Axiom-4 লৈ যাবলৈ সাজু হৈছে। ভাৰতৰ বাবেও এয়া এক...

Read moreDetails

সহ্য কৰা নহ’ব, ইয়াৰ বিৰুদ্ধে সকলো দেশ একত্ৰিত হ’ব লাগে : অজিত ডোভাল

মঙলবাৰে ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’)ৰ বৈঠকত সন্ত্ৰাসবাদ বন্ধ কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰদান কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা...

Read moreDetails

ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ভাৰতৰ

ইৰাণ-ইজৰাইল যুদ্ধ আৰু ইয়াত আমেৰিকাৰ হস্তক্ষেপৰ পিছত এতিয়া ঘোষণা কৰা হৈছে যুদ্ধবিৰতি। বিগত কেইবাদিনো ধৰি চলি থকা সমগ্ৰ ঘটনা সন্দৰ্ভতো...

Read moreDetails

ৰে’লত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ! ১ জুলাইৰ পৰা বৃদ্ধি পাব ভাড়া

ৰে’লেৰে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে বেয়া খবৰ। চলিত বছৰৰ ১ জুলাইৰ পৰা নতুন ভাড়া কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails

সু-স্বাস্থ্যৰগৰাকী হৈ থাকিবলৈ বছৰত এবাৰ হ’লেও কৰাওক এই ১০ টা পৰীক্ষা…

বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰত এনে বহু পৰিৱৰ্তনে দেখা দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা...

Read moreDetails

ৰাজা ৰঘুবংশীৰ কাণ্ড সন্দৰ্ভত পুনৰ ২জনক গ্ৰেপ্তাৰ

ইন্দোৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে মধ্যপ্ৰদেশৰ পৰা নতুন ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ...

Read moreDetails

৫১ বাৰ পুশ্বআপ কৰি নিজৰ ফিটনেচ প্ৰদৰ্শন এজন ৭০ৰোৰ্ধ ব্যক্তিৰ

সত্তৰোৰ্ধ এজন বিশেষ ব্যক্তি। দেশৰ এখন বৃহৎ ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁ। ৰাজ্যপাল পদত অধিষ্ঠিত সেই বিশেষ ব্যক্তি আজি দেশজুৰি সংবাদ...

Read moreDetails

পেহেলগাম ঘটনা সন্দৰ্ভত NIAৰ বৃহৎ সফলতা…

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হয় এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই লাভ কৰিছে...

Read moreDetails

মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…

মহা অম্বুবাচী নীলাচলৰ বুকুত এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা  কামাখ্যা ধামত তিনিদিনীয়াকৈ আৰম্ভ...

Read moreDetails
Page 56 of 204 1 55 56 57 204

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist