• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 29, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ লোৱাৰ উপৰিও বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত কৰ্ণধাৰ বৈঠকতো অংশ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে। লগতে মিচিং যুৱ মহোৎসৱতো অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।
  • ২৮ জানুৱাৰীত নিশা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ সেতুখন পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ ১৪ ফেব্ৰুৱাৰীত এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে নিৰ্মীয়মান চানমাৰী- ভৰলু সংযোগী মহাৰাজ পৃথু উৰণসেতুৰ অগ্ৰগতিৰো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। চানমাৰীৰ আৰু ভৰলুৰ এই উৰণসেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।
  • আজি দিনৰ ১১ বজাত বাৰামাটিত সম্পন্ন হ’ব অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। ইয়াৰ পূৰ্বে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব অন্তিম যাত্ৰা। তেওঁৰ শেষকৃত্যত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। ২৮ জানুৱাৰীত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মুম্বাইৰ বাৰামতীত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়। এই দুৰ্ঘটনাত পাৱাৰৰ নিৰাপত্তাৰক্ষী, দুজন পাইলট আৰু এগৰাকী মহিলা ক্ৰু মেম্বাৰকে ধৰি ৫ জন লোকৰ মৃত্যু হয়।
  • ২৮ জানুৱাৰীত কলম্বিয়া আৰু ভেনিজুৱেলাৰ সীমান্তৰ ওচৰৰ নৰ্টে ডি ছান্টাণ্ডাৰ প্ৰদেশত ছাটেনা এয়াৰলাইন্সৰ এখন বাণিজ্যিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা ১৫ জন লোকৰ মৃত্যু হয়। বিমানখনে কুকুটাৰ পৰা যাত্ৰা কৰাৰ পিছত অকানালৈ যোৱাৰ পথত উৰণৰ কিছু মিনিটৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা। চৰকাৰী আৰু বিমান সংস্থাৰ বিষয়াসকলে নিশ্চিত কৰিছে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচক্ৰাফ্ট ১৯০০ডি, য’ত আছিল ১৩ জন যাত্ৰী আৰু দুজন ক্ৰু। নিহতসকলৰ ভিতৰত আছিল সংসদৰ এজন বহি থকা সদস্য আৰু আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধায়িনী প্ৰাৰ্থী।
Tags: Latest newsmorning newsnews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025